NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Story-11-10-1140x570

ব্ৰিটেইনত ক’ৰ’না ভাইৰাছৰ ভেকচিনৰ প্ৰথম পৰ্যায়ৰ মানৱ পৰীক্ষণ আৰম্ভ

ব্ৰিটেইনত ক’ৰ’না ভাইৰাছ প্ৰতিৰোধী ভেকচিনৰ মানৱ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মানৱ পৰীক্ষাৰ অংশস্বৰূপে স্বেচ্ছাসেৱক সকলক ক’ৰ’না ভাইৰাছ প্ৰতিৰোধী ভেকচিন প্ৰদান...

Imran_Khan

পাকিস্তানৰ সংসদত ওচামা বিন লাডেনক চহিদ বুলি ক’লে প্ৰধান মন্ত্ৰী ইমৰাণ খানে

বিশ্বৰ কুখ্যাত সন্ত্ৰাসবাদী তথা অল-কায়দাৰ প্ৰতিষ্ঠাতা ওচামা বিন লাডেনক চহিদ বুলি উল্লেখ কৰে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানে। তালিবান আন্দোলনক...

Story-9-11-750x375

ডিজিটেল প্লেটফৰ্মত মুক্তি পাব সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি ‘দিল বেচাৰা’ : পিছে কেতিয়া?

ডিজিটেল প্লেটফৰ্মত মুক্তি পাব বলিউদৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিঙৰ অন্তিমখন চিনেমা দিল বেচাৰা-এ। অহা ২৪ জুলাইত ডিছনী+হটষ্টাৰত মুক্তি দিয়াৰ কথা...

শিৱসাগৰত উচ্চতৰ মাধ্যমিকৰ ফলাফলত ৫গৰাকী ছাত্ৰ-ছাত্ৰীৰ স্থান লাভ

শিৱসাগৰত উচ্চতৰ মাধ্যমিকৰ ফলাফলত ৫গৰাকী ছাত্ৰ-ছাত্ৰীৰ স্থান লাভ

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা, বাণিজ্য আৰু বিজ্ঞান শাখাত শিৱসাগৰৰ পাঁচ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম...

বিহাৰত বজ্ৰপাত পৰি ৮৩ গৰাকী লোকৰ কৰুণ মৃত্যু

বিহাৰত বজ্ৰপাত পৰি ৮৩ গৰাকী লোকৰ কৰুণ মৃত্যু

ক’ৰ’নাৰ ভয়াবহতা, বানপানী, সামুদ্ৰিক ঘুৰ্ণিবতাহকে ধৰি একাধিক দুৰ্যোগে বৰ্তমান সময়ত ভাৰতক আগুৰি ধৰিছে। ক’ৰ’নাৰ সংক্ৰমণৰ সময়তে আজি বিহাৰত বজ্ৰপাত পৰি...

জনপ্ৰিয় টিকটকাৰ তথা নৃত্যশিল্পী চিয়া কক্কৰৰ ১৬ বছৰ বয়সত আত্মহত্যা

জনপ্ৰিয় টিকটকাৰ তথা নৃত্যশিল্পী চিয়া কক্কৰৰ ১৬ বছৰ বয়সত আত্মহত্যা

বলিউদৰ জনপ্ৰিয় প্ৰতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুত আৰু ক্ৰাইম পেট্ৰ'লৰ অভিনেত্ৰী প্ৰেকশা মেহতাৰ মৃত্যুৰ পাছত আজি নতুন দিল্লীত আত্মহত্যা কৰে...

বাণিজ্য শাখাত পঞ্চম স্থানপ্ৰাপ্ত আর্থিকভাৱে পিছপৰা অংকুৰৰ শৈক্ষিক দায়িত্ব গ্ৰহণ কৰিছে আছুই

বাণিজ্য শাখাত পঞ্চম স্থানপ্ৰাপ্ত আর্থিকভাৱে পিছপৰা অংকুৰৰ শৈক্ষিক দায়িত্ব গ্ৰহণ কৰিছে আছুই

যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাণিজ্য বিভাগত অসমৰ ভিতৰতে পঞ্চমস্থান অধিকাৰ কৰি টীয়কলৈ গৌৰৱ কঢ়িয়াই অংকুৰজ্যোতি...

Photo (4)

ক’ৰ’না মহামাৰীৰ সময়ত অসম আৰক্ষীয়ে দক্ষতা আৰু সাহসেৰে দ্বায়িত্ব সম্পাদন কৰিছে : ডিজিপি

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অধিক নিষ্ঠা, সততা আৰু দ্বায়িত্বশীল মনোভাৱেৰে ৰাইজৰ প্ৰতি সেৱা আগবঢ়াবলৈ আৰক্ষী লোকসকলৰ প্ৰতি আহ্বান জনাইছে।...

দিল্লীৰ হোটেল আৰু ৰেষ্টুৰেণ্টত চীনা নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ

দিল্লীৰ হোটেল আৰু ৰেষ্টুৰেণ্টত চীনা নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ

দিল্লীৰ হোটেল আৰু ৰেষ্টুৰেণ্ট মালিক সংস্থাই চীনা নাগৰিক সকলক হোটেলত থকাৰ অনুমতি নিদিয়ে বুলি বৃহস্পতিবাৰে সিদ্ধান্ত গ্ৰহণ কৰে। দিল্লীৰ হোটেল...

Coronavirus-1-1140x570

নাগালেণ্ডত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৩৫৫ গৰাকীলৈ বৃদ্ধি; সুস্থ হৈছে ১৪৮ গৰাকী

বৃহস্পতিবাৰে নগালেণ্ডত আঠ গৰাকী লোক নতুনকৈ ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়। শেহতীয়াভাৱে ৰাজ্যখনত ক’ৰ’না পৰীক্ষা কৰা ৩১৬ গৰাকী লোকৰ নমুনাৰ...

Page 3505 of 5898 1 3,504 3,505 3,506 5,898

Stay Connected

Recent News