• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচন আয়োগক বাদ পৰা ৬৫ লাখ ভোটাৰৰ নাম কাৰণসহ প্ৰকাশ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2025 4:54 pm
176
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচন আয়োগৰ আপত্তিক গুৰুত্ব নিদিলে। ভোটাৰ তালিকাৰ পৰা বাদ পৰা ৬৫ লাখ ভোটাৰৰ নাম ৱেবছাইটত প্ৰকাশ কৰিবই লাগিব। তেওঁলোকৰ নাম বাদ পৰাৰ কাৰণো ৰাজহুৱা কৰিব লাগিব। নিৰ্বাচন আয়োগক স্পষ্ট নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত নতুন গোচৰ ৰুজু কৰিছে এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মে। গোচৰ তৰা সকলে দাবী কৰে যে নিৰ্বাচন আয়োগে বিহাৰত ৬৫ লাখ ভোটাৰৰ নাম বাদ দিয়া হৈছে বুলি কৈছে, কিন্তু তেওঁলোকৰ সন্দৰ্ভত কোনো সবিশেষ দিয়া হোৱা নাই।

Apply Now

অভিযোগকাৰীসকলৰ অধিবক্তা প্ৰশান্ত ভূষণে কয় যে, ‘৩২ লাখ ভোটাৰ স্থায়ীভাৱে আন ঠাইলৈ গুচি গৈছে বুলি দাবী কৰা হৈছে। এই সন্দৰ্ভত আন কোনো সবিশেষ দিয়া হোৱা নাই। তালিকাৰ বাহিৰত থকা ৬৫ লাখ ভোটাৰ কোন, কোনবোৰ লোক স্থায়ীভাৱে আঁতৰি গৈছে, কোন কোন মৃত এই সকলো তথ্য ৰাজহুৱা কৰা উচিত।’

১০ আগষ্টত এই গোচৰ চলাৰ সময়ত নিৰ্বাচন আয়োগে কৈছিল যে ভোটাৰ তালিকাৰ পৰা কাৰ নাম বাদ পৰিছে সেইটোৰ সুকীয়াভাৱে তালিকা প্ৰকাশ কৰাৰ কোনো নিয়ম নাই। আনকি নামবোৰ কিয় বাদ দিয়া হ’ল সেই কথাও জনাবলৈ তেওঁলোক বাধ্য নহয়।

নিৰ্বাচন আয়োগে কয় যে কাৰ নাম বাদ দিয়া হৈছে সেই তথ্য ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিক দিয়া হৈছে। আদালততো সেইটো দেখুৱাব পৰা যাব। কিন্তু বাদ পৰাসকলৰ তালিকা প্ৰকাশ কৰা বা পৃথক কৰাৰ কোনো নিয়ম নাই।

সেই বক্তব্যৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে কয়, “যেতিয়া বুথ পৰ্যায়ত বিএলঅ’সকলক তালিকাখন দিয়া হৈছে, তেতিয়া ৱেবছাইটত প্ৰকাশ কৰাত সমস্যা ক’ত?”

এক অন্তৱৰ্তীকালীন আদেশত উচ্চতম ন্যায়ালয়ে কয় যে ভোটাৰ তালিকাৰ পৰা বাদ পৰা ৬৫ লাখ লোকৰ নাম মঙলবাৰৰ ভিতৰত প্ৰকাশ কৰিব লাগিব। সেই অঞ্চলৰ বাদ পৰা সকলৰ তালিকা প্ৰতিজন ডি ই অ’ৰ ৱেবছাইটত প্ৰকাশ কৰিব লাগিব। কেৱল সেয়াই নহয়, কাৰণসহ বুথ-ভিত্তিক বাদ পৰা ভোটাৰৰ নাম প্ৰতিটো বিডিঅ’ৰ কাৰ্যালয়ৰ জাননী ফলকত প্ৰকাশ কৰিব লাগিব। যিসকলক বাদ দিয়া হৈছে তেওঁলোকে নিৰ্বাচন আয়োগৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই পুনৰীক্ষণ আবেদন দাখিল কৰিব পাৰিব।

তাৎপৰ্যপূৰ্ণভাৱে উচ্চতম ন্যায়ালয়ে কয় যে পৰ্যালোচনা আবেদনত আধাৰ কাৰ্ডো দিব পাৰিব। উচ্চতম ন্যায়ালয়ে কয়, “আধাৰ কাৰ্ড যদি কোনো নাগৰিকৰ বৈধ পৰিচয় পত্ৰ হয়, তেন্তে আধাৰ কাৰ্ড কিয় গ্ৰহণ কৰা নহ’ব?”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd