• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনপ্ৰিয় টিকটকাৰ তথা নৃত্যশিল্পী চিয়া কক্কৰৰ ১৬ বছৰ বয়সত আত্মহত্যা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 25, 2020 7:39 pm

1 min read

জনপ্ৰিয় টিকটকাৰ তথা নৃত্যশিল্পী চিয়া কক্কৰৰ ১৬ বছৰ বয়সত আত্মহত্যা

চিয়া কক্কৰ, উৎস-ইণ্টাৰনেট

3.8k
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ জনপ্ৰিয় প্ৰতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুত আৰু ক্ৰাইম পেট্ৰ’লৰ অভিনেত্ৰী প্ৰেকশা মেহতাৰ মৃত্যুৰ পাছত আজি নতুন দিল্লীত আত্মহত্যা কৰে জনপ্ৰিয় টিকটিক ষ্টাৰ তথা নৃত্য শিল্পী চিয়া কক্কৰ।

মৃত্যুৰ সময়ত চিয়া কক্কৰৰ বয়স আছিল মাত্ৰ ১৬ বছৰ।

চিয়াৰ ব্যক্তিগত মেনেজাৰ অৰ্জুন চাৰিনে টিকটকাৰ গৰাকীৰ আত্মহত্যাৰ কথা নিশ্চিত কৰে।

”এয়া ব্যক্তিগত সমস্যাৰ বাবে হ’ব পাৰে……কামৰ ক্ষেত্ৰত তাই ভালদৰে আগবাঢ়িছিল। মই যোৱা নিশা তাইৰ লগত নতুন প্ৰজেক্ট সম্পৰ্কত কথা পাতিছিলো আৰু তাই ভালদৰে ইয়াৰ উত্তৰ দিছিল,” অৰ্জুন চাৰিনে কয়।

অৰ্জুনে চিয়া কক্কৰ মৃত্যুৰ ফলত এগৰাকী উজ্বল প্ৰতিভা নোহোৱা হৈ গ’ল বুলিও লগতে উল্লেখ কৰে।

বৰ্তমান আৰক্ষীয়ে চিয়াৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

মৰোণত্তৰ পৰীক্ষাৰ ফলাফল অহাৰ পাছতহে চিয়াৰ মৃত্যু আত্মহত্যা নে হত্যা সেয়া পোহৰলৈ আহিব।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে বলিউদৰ প্ৰতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুত সমগ্ৰ বলিউদ স্তম্ভিত হৈ পৰিছিল।

বলিউদ চলচ্চিত্ৰ জগতৰ আভ্যন্তৰৰ ভিতৰৰ চাপৰ বাবেই সুশান্তে আত্মহত্যাৰ পথ বাচি ল’বলগীয়া হৈছে বুলি বিভিন্ন লোকে উল্লেখ কৰিছে।

Recent News

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd