DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শিৱসাগৰত উচ্চতৰ মাধ্যমিকৰ ফলাফলত ৫গৰাকী ছাত্ৰ-ছাত্ৰীৰ স্থান লাভ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
June 25, 2020 8:15 pm
340
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা, বাণিজ্য আৰু বিজ্ঞান শাখাত শিৱসাগৰৰ পাঁচ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰে তিনিগৰাকী ছাত্ৰী নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

বাণিজ্য শাখাত শিৱসাগৰ জুনিয়ৰ কলেজৰ ছাত্ৰী মেঘা মজুমদাৰে ৫৫৩ নম্বৰ লাভ কৰি অষ্টম স্থান লাভ কৰাৰ লগতে আমগুৰিৰ অৰুণোদয় একাডেমীৰ পৰা শিৱানুজ বৰকটকীয়ে ৯৪.৮ শতাংশ নম্বৰ লাভ কৰি নৱম স্থান অধিকাৰ কৰে।

ইপিনে শিৱসাগৰৰ নামতিৰ হিমাঞ্জলী বুঢ়াগোঁহাইয়ে বিজ্ঞান শাখাত ৯৫ শতাংশ নম্বৰ লাভ কৰি অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হয়। হিমাঞ্জলীয়ে ৰামানুজন জুনিয়ৰ কলেজত অধ্যায়ণ কৰিছিল।

আনহাতে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ কলা শাখাত তৃতীয় আৰু সপ্তম স্থান লাভ কৰে শিৱসাগৰৰ প্ৰিয়াক্ষী বৰা আৰু উদিতা ইশানী কাকতিয়ে।

শিৱসাগৰ জিলাৰ নাজিৰা ধিতাই পুখুৰীৰ জীৱন বৰা আৰু ভাৰতী বৰাৰ কন্যা প্ৰিয়াক্ষী বৰাই সৰ্বমুঠ ৪৭১ নম্বৰ লাভ কৰাৰ বিপৰীতে তেওঁৰ ভাগিনীয়েক ধিতাইপুখুৰী বাকচু কটকী কোঁচ গাঁৱৰ প্ৰয়াত ৰাজু কাকতি আৰু কল্যানী বৰাৰ কন্যা উদিতা ইশানী কাকতিয়ে সৰ্বমুঠ ৪৬৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

শিৱসাগৰৰ এই পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীৰ সাফল্যত আজি সমগ্ৰ জিলাখনতে আনন্দৰ বন্যা বৈছে।

Recent News

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Sivasagar

শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ড: চুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হ’ল দম্পতী

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd