NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

এন আই আৰ এফ, ২০২৫ ৰ প্ৰতিবেদন : দেশৰ শীৰ্ষ ১০ খন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভিতৰত ৯ম স্থান লাভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ

এন আই আৰ এফ, ২০২৫ ৰ প্ৰতিবেদন : দেশৰ শীৰ্ষ ১০ খন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভিতৰত ৯ম স্থান লাভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ

শিক্ষা মন্ত্ৰালয়ে ঘোষণা কৰা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং সমীক্ষা(এন আই আৰ এফ) ২০২৫ত গুৱাহাটী বিশ্ববিদ্যালয়ে দেশৰ শীৰ্ষ ১০ খন ৰাজ্যিক ৰাজহুৱা...

ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ টেলিভিছনৰ জনপ্ৰিয় অভিনেতা আশীষ কাপুৰ

ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ টেলিভিছনৰ জনপ্ৰিয় অভিনেতা আশীষ কাপুৰ

পুনেৰ পৰা ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে টেলিভিছনৰ ‘য়েহ ৰিষ্টা ক্যা কেহলাতা হাই’ খ্যাত অভিনেতা আশীষ কাপুৰক। বাতৰি মতে, অভিনেতাজনৰ...

একেৰাহে সপ্তম বছৰৰ বাবে NIRF-ৰ ৰেংকিঙত শীৰ্ষস্থান দখল IIT-মাদ্ৰাছৰ, অষ্টম স্থানত আইআইটি-গুৱাহাটী

একেৰাহে সপ্তম বছৰৰ বাবে NIRF-ৰ ৰেংকিঙত শীৰ্ষস্থান দখল IIT-মাদ্ৰাছৰ, অষ্টম স্থানত আইআইটি-গুৱাহাটী

বৃহস্পতিবাৰে নতুন দিল্লীত প্ৰকাশ পোৱা ২০২৫ চনৰ সামগ্ৰিক ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্ক (এন আই আৰ এফ) ৰেংকিঙত বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট...

মই কোনোপধ্যেই গৰু-গাহৰিৰ ৰাজনীতি কৰিব নোৱাৰোঁ : বিজেপি ত্যাগ কৰি প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ মন্তব্য

মই কোনোপধ্যেই গৰু-গাহৰিৰ ৰাজনীতি কৰিব নোৱাৰোঁ : বিজেপি ত্যাগ কৰি প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ মন্তব্য

ছিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াই মঙলবাৰে বিজেপিৰ পৰা পদত্যাগ কৰিছে। এসময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ সহযোগী হিচাপে কাম কৰা...

কুকি-জো গোটৰ সৈতে যুদ্ধ বিৰতি চুক্তি নবীকৰণৰ সিদ্ধান্ত কেন্দ্ৰৰ!

কুকি-জো গোটৰ সৈতে যুদ্ধ বিৰতি চুক্তি নবীকৰণৰ সিদ্ধান্ত কেন্দ্ৰৰ!

মণিপুৰৰ মেইটেই সংগঠনসমূহৰ তীব্ৰ বিৰোধিতাৰ মাজতো কেন্দ্ৰীয় চৰকাৰে কুকি-জো বিদ্ৰোহী গোটসমূহৰ সৈতে ছাচপেনচন অৱ অপাৰেচনছ (SoO) চুক্তি নবীকৰণৰ সিদ্ধান্ত গ্ৰহণ...

নিজেই সৃষ্টি কৰা ভোটাৰ কাৰ্ডক কিয় এলাগী কৰিলে নিৰ্বাচন আয়োগে? প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত শ্বাহাবুদ্দিন য়াকুব কুৰেশ্বীৰ বিশেষ লেখা
ঝাৰখণ্ডৰ জংঘলত মাওবাদী-নিৰাপত্তা বাহিনীৰ মাজত গুলীচালনা : ছহিদ ২ সেনা জোৱান

ঝাৰখণ্ডৰ জংঘলত মাওবাদী-নিৰাপত্তা বাহিনীৰ মাজত গুলীচালনা : ছহিদ ২ সেনা জোৱান

ঝাৰখণ্ডত অব্যাহত আছে মাওবাদী আৰু সেনা আৰক্ষীৰ সংঘৰ্ষ। সময়ছোৱাত সেনা-আৰক্ষীৰ গুলীত ভালেমান মাওবাদীয়ে প্ৰাণ হেৰুওৱাৰ লগতে সেনা-জোৱানো ছহিদ হৈছে। এইবাৰ...

স্বৈৰতন্ত্ৰী বিজেপি দলে দেশৰ সংবিধান তথা গণতন্ত্ৰ ব্যাপক কূটাঘাতেৰে ধ্বংস কৰি পেলোৱাৰ চক্ৰান্ত চলাইছে : ড° হীৰেন গোহাঁই

স্বৈৰতন্ত্ৰী বিজেপি দলে দেশৰ সংবিধান তথা গণতন্ত্ৰ ব্যাপক কূটাঘাতেৰে ধ্বংস কৰি পেলোৱাৰ চক্ৰান্ত চলাইছে : ড° হীৰেন গোহাঁই

আজি বিৰোধী দলসমূহৰ সন্মিলিত মঞ্চ, "অসম"ৰ উদ্যোগত চচলত অনুষ্ঠিত কৰা প্ৰতিবাদী সমাৱেশত বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোহাঁইয়ে প্ৰেৰণ কৰা বাৰ্তাটো...

বেটিং এপ গোচৰত শিখৰ ধাৱনলৈ ইডিৰ চমন …

বেটিং এপ গোচৰত শিখৰ ধাৱনলৈ ইডিৰ চমন …

৪ ছেপ্টেম্বৰ, ২০২৫ তাৰিখ বৃহস্পতিবাৰে নতুন দিল্লীৰ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ (ইডি) কাৰ্যালয়ত উপস্থিত হয় ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ শিখৰ ধাৱানক। 1xBet নামৰ...

৩০ বছৰলৈ লীজত ডিমা হাছাওৰ ৩ হাজাৰ বিঘা মাটি! পৰিষদে প্ৰতি বিঘাত বছৰি লাভ কৰিব মাত্ৰ ২৫০ টকাৰ ৰাজহ

৩০ বছৰলৈ লীজত ডিমা হাছাওৰ ৩ হাজাৰ বিঘা মাটি! পৰিষদে প্ৰতি বিঘাত বছৰি লাভ কৰিব মাত্ৰ ২৫০ টকাৰ ৰাজহ

ডিমা হাছাও জিলাৰ ষষ্ঠ অনুসূচীৰ অধীনত থকা ৩ হাজাৰ বিঘা জনজাতি সংৰক্ষিত ভূমি মহাবল চিমেণ্ট কোম্পানীক আবণ্টন কৰাৰ বিষয়টোক লৈ...

Page 37 of 5978 1 36 37 38 5,978

Stay Connected

Recent News