• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

একেৰাহে সপ্তম বছৰৰ বাবে NIRF-ৰ ৰেংকিঙত শীৰ্ষস্থান দখল IIT-মাদ্ৰাছৰ, অষ্টম স্থানত আইআইটি-গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2025 3:09 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে নতুন দিল্লীত প্ৰকাশ পোৱা ২০২৫ চনৰ সামগ্ৰিক ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্ক (এন আই আৰ এফ) ৰেংকিঙত বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি-মাদ্ৰাছ (আই আই টি-মাদ্ৰাছ) আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্সে (আই আই এছ চি) প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰিছে। এই শাখাত তৃতীয় স্থান লাভ কৰে আই আই টি-মুম্বাইয়ে। আৰু অষ্টম স্থান লাভ কৰে আইআইটি, গুৱাহাটীয়ে।

https://flo.uri.sh/story/3308147/embed?auto=1

Apply Now

A Flourish data visualization

বৃহস্পতিবাৰে (৪ ছেপ্টেম্বৰ) এই ৰেংকিঙৰ দশম সংস্কৰণৰ কথা ঘোষণা কৰে শিক্ষা মন্ত্ৰালয়ে।

ভাৰতীয় নেচনেল ল স্কুল অৱ ইণ্ডিয়া, বেংগালুৰু দেশৰ শ্ৰেষ্ঠ আইন মহাবিদ্যালয় আৰু এইমছ, দিল্লীক শ্ৰেষ্ঠ চিকিৎসা আৰু দন্ত চিকিৎসা মহাবিদ্যালয় হিচাপে স্থান লাভ কৰিছে।

দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানক কৃষিৰ বাবে শ্ৰেষ্ঠ প্ৰতিষ্ঠান হিচাপে বিবেচিত হোৱাৰ বিপৰীতে বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান গৱেষণাৰ বাবে সৰ্বোত্তম স্থান।

উদ্ভাৱনৰ বাবে ৰেংকিং শাখাত আই আই টি-মাদ্ৰাছে প্ৰথম স্থান লাভ কৰে। ইয়াৰ উপৰিও এই প্ৰতিষ্ঠানটোৱে শ্ৰেষ্ঠ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ মৰ্যাদা লাভ কৰে, তাৰ পিছতে আই আই টি-দিল্লী।

কলকাতাৰ জাদৱপুৰ বিশ্ববিদ্যালয় শ্ৰেষ্ঠ ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয় আৰু তাৰ পিছতে চেন্নাইৰ আন্না বিশ্ববিদ্যালয়।

দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় আছিল শ্ৰেষ্ঠ মুক্ত বিশ্ববিদ্যালয় আৰু দক্ষতাৰ ক্ষেত্ৰত চিম্বায়’ছিছ স্কিলছ এণ্ড প্ৰফেচনেল ইউনিভাৰ্চিটি হৈছে শ্ৰেষ্ঠ বিশ্ববিদ্যালয়।

আই আই এছ চি বেংগালুৰুক শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হিচাপে স্থান দিয়া হৈছে, তাৰ পিছতে দ্বিতীয় আৰু তৃতীয় স্থানত ক্ৰমে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জে এন ইউ), নতুন দিল্লী, আৰু মণিপাল একাডেমী অৱ হাইয়াৰ এডুকেশ্যন আছে।

ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট, আহমেদাবাদ দেশৰ শ্ৰেষ্ঠ মেনেজমেণ্ট ইনষ্টিটিউট হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছতে আই আই এম-বেংগালুৰু আৰু আই আই এম-কোজিকোড।

ফাৰ্মাচীৰ বাবে নতুন দিল্লীৰ জামিয়া হামদাৰ্ড, তাৰ পিছতে পিলানীৰ বিৰলা ইনষ্টিটিউট অৱ টেকন’লজি এণ্ড ছায়েন্স। এই শাখাত চণ্ডীগড়ৰ পঞ্জাৱ বিশ্ববিদ্যালয়ে তৃতীয় স্থান লাভ কৰে।

শ্ৰেষ্ঠ কলেজৰ শীৰ্ষ তিনিটা স্থান ক্ৰমে দিল্লী-হিন্দু কলেজ, মিৰাণ্ডা হাউচ, আৰু হন্সৰাজ কলেজ।

স্থাপত্য আৰু পৰিকল্পনাত আই আই টি-ৰূৰকীয়ে শীৰ্ষস্থান দখল কৰাৰ পিছতে নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি, কোঝিকোড আৰু আই আই টি-খড়গপুৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd