NE NOW NEWS

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

শুকুৰবাৰে দিল্লীৰ কন’ট প্লেচত ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচীৰ আহ্বান জনাইছে ককৰোচ জনতা পাৰ্টিয়ে। সেই কাৰ্যসূচীক কেন্দ্ৰ কৰি নতুন উত্তেজনা যাতে বিয়পিব...

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

ছৌদি আৰৱৰ পবিত্ৰ চহৰ মক্কাৰ মছজিদৰ ভিতৰত ‘অনৈতিক কাৰ্য’ আৰু পবিত্ৰতা আৰু মৰ্যাদা উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে দুজন বাংলাদেশী...

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

পুনৰ আমেৰিকাৰ এখন স্কুলত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। এই গুলীচালনাত কমেও চাৰিজন লোক নিহত হৈছে। আমেৰিকাৰ অৰেগন প্ৰদেশৰ এখন স্কুলত...

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

অক্টোবৰ মাহৰ নিশা আকাশৰ ওপৰত ভালদৰে দৃষ্টি ৰাখিব। ২১ আৰু ২২ অক্টোবৰত ‘অৰিঅ’নিড’ উল্কাবৃষ্টি দেখাৰ সুযোগ পাব। আটাইতকৈ ভাল লগা...

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

নিজৰ দেশৰ মানুহৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে। এই অভিযোগ চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ। তেওঁ দাবী...

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

১৯ জুলাইৰ মহাপ্ৰলয়ত সৰ্বস্বান্ত হোৱা পৰিয়ালৰ ন্যায্য ক্ষতিপূৰণ, বঞ্চিত বানপীড়িতক সাহায্য প্ৰদান, প্ৰলয়ৰ কাৰণ বিচাৰি তদন্ত আৰু ক্ষতিগ্ৰস্ত পথ-ঘাটৰ পুনৰ...

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

যোৱা ৩০ আগষ্টত ১৩ বছৰীয়া কেৰিয়াৰৰ অন্ত পেলোৱাৰ পিছত এইবাৰ পোনপটীয়াকৈ ৰাজনীতিত যোগদান কৰিছে প্ৰাক্তন আই এ এছ বিষয়া দিব্যা...

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

ইতিমধ্যে সমগ্ৰ দেশতে ককৰোচৰ আন্দোলনত উত্তাল। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ মন্তব্যৰ ভিত্তিত নিশাৰ ভিতৰতে গঠন কৰা হয় ককৰোচ...

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

এখন ব্যক্তিগত বিদ্যালয়ৰ চাদ ভাঙি ২৯ জনৰ মৃত্যু ঘটিছে। পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ ৰাজধানী পেছোৱাৰত এই ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰে...

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

ককৰোচ জনতা পাৰ্টিয়ে ১০ অক্টোবৰত আহ্বান জনোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত দিল্লীত মেট্ৰ’ আৰু ৰে’ল সেৱাৰ ওপৰত যাতে কোনো ধৰণৰ সম্পূৰ্ণ নিষেধাজ্ঞা...

Page 36 of 6726 1 … 35 36 37 … 6,726

Stay Connected

Recent News