NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Papon with Pat Cummins

অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ পেট কামিনছক পাপনে প্ৰদান কৰিলে এটা বিশেষ বঁটা

হিন্দী চিনেমা জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা অসমৰ জনপ্ৰিয় গায়ক অংগৰাগ পাপন মহন্তই পুনৰ এবাৰ গৌৰৱান্বিত কৰিলে...

এয়াৰ ষ্ট্ৰাইকত নিহত সন্ত্ৰাসবাদীৰ হিচাপ বিছৰাসকলে পাকিস্তানলৈ গৈ মৃতদেহ হিচাপ কৰক : ৰাজনাথ সিং

এয়াৰ ষ্ট্ৰাইকত নিহত সন্ত্ৰাসবাদীৰ হিচাপ বিছৰাসকলে পাকিস্তানলৈ গৈ মৃতদেহ হিচাপ কৰক : ৰাজনাথ সিং

ভাৰতীয় বায়ু সেনাবাহিনীয়ে পাকিস্তানৰ বালাকোটত কৰা এয়াৰ ষ্ট্ৰাইকত নিহত হোৱা সন্ত্ৰাসবাদীৰ সংখ্যা বিছৰা বিৰোধী দল সমূহক কঠোৰ সমালোচনা কৰিছে কেন্দ্ৰীয়...

11-05-18-Guwahati-Chandra-Mohan-Patowary-press-conference-1

নলবাৰীৰ দল-সংগঠনক ক’লা পতাকা দেখুৱাবলৈ গৰ্ডন ফিল্ডলৈ নিমন্ত্ৰণ জনালে দাম্ভিক চন্দ্ৰমোহনে

সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ পৰিবহন, উদ্যোগ, বাণিজ্যৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী এতিয়া পৰিচিত হৈ পৰিছে দায়িত্বহীন...

গুৱাহাটী বিশ্ববিদ্যালয়ত সংকটত মাতৃভাষা : চিন্তিত অসম সাহিত্য সভা

গুৱাহাটী বিশ্ববিদ্যালয়ত সংকটত মাতৃভাষা : চিন্তিত অসম সাহিত্য সভা

গুৱাহাটী বিশ্ববিদ্যালয়ে পূৰ্বৰ দৰে কাৰ্য সম্পাদন নকৰাৰ বাবেই আজি অসমত অসমীয়া তথা অন্যান্য খিলঞ্জীয়া ভাষাসমূহে অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে। গুৱাহাটী...

ropeway

এপ্ৰিল মাহৰ ভিতৰত মুকলি হ’ব দেশৰ দীৰ্ঘতম গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ’পৱে

মঙলবাৰে প্ৰথমবাৰৰ বাবে বহু প্ৰতিক্ষিত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত পৰীক্ষামূলকভাৱে চলিল ৰ’পৱে ৰ কেবিন। ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰ’পৱেটোৰ...

লওক নিৰ্বাচনী সুযোগ : এচ চি ই আৰ টিত মুকলি অৰ্ধ শতাধিক পদ

লওক নিৰ্বাচনী সুযোগ : এচ চি ই আৰ টিত মুকলি অৰ্ধ শতাধিক পদ

লোক সভা নিৰ্বাচন সমাগত। নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পূৰ্বে ৰাজ্যৰ খালী হৈ থকা বিভিন্ন বিভাগৰ পদ সমূহ পূৰণ কৰাৰ বাবে...

ত্ৰিপুৰাত স্থাপন হ’ল প্ৰথমখন আয়ুস চিকিৎসালয়

ত্ৰিপুৰাত স্থাপন হ’ল প্ৰথমখন আয়ুস চিকিৎসালয়

ত্ৰিপুৰাত স্থাপন কৰা হ’ল প্ৰথমখন সংযুক্ত আয়ুস চিকিৎসালয়। উনাকতি জিলাৰ কৈলাশ চহৰত স্থাপন কৰা হৈছে নতুন চিকিৎসালয়খন।ৰাজ্যখনৰ জনসাধাৰণে এতিয়াৰ পৰা...

AICC_Delhi

টিকটৰ আশাত দিল্লীত বাহৰ পাতিছে ৰাজ্যৰ একাংশ কংগ্ৰেছী নেতাই

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইসপ্তাহ মান থকা অৱস্থাত কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশীসকলৰ তৎপৰতা লক্ষণীয় হৈ উঠিছে। প্ৰাৰ্থিত্ব প্ৰত্যাশী বহুতেই দিল্লীত...

Youth-arrested-570x320

বিশ্বনাথত মহিলাৰ পৰা হেণ্ডবেগ কাঢ়ি নিয়াৰ চেষ্টা চলাই ৰাইজৰ ৰোষত পৰিল কিশোৰ

এইবাৰ বিশ্বনাথ চাৰিআলিৰ ৰাজপথত চিলনী চুৰৰ সন্ত্ৰাস। আজি দিন দুপৰতে বিশ্বনাথ চাৰিআলিৰ বিশ্বনাথ ঘাট ৰোডৰ সমীপত এগৰাকী মহিলাৰ পৰা হেণ্ডবেগ...

নিজৰ পত্নীয়ে অভিনয় কৰা নিজৰ বিভাগৰ থীম ছং মুকলি কৰিলে পীযুষ হাজৰিকাই

নিজৰ পত্নীয়ে অভিনয় কৰা নিজৰ বিভাগৰ থীম ছং মুকলি কৰিলে পীযুষ হাজৰিকাই

নগৰ উন্নয়ন বিভাগে মহানগৰৰ স্বচ্ছতাক লৈ বিভিন্ন আঁচনি গ্ৰহণ কৰিও সুফল লাভ কৰিবলৈ সক্ষম নোহোৱাত এইবাৰে স্বচ্ছতাৰ বাবে গ্ৰহণ কৰিছে...

Page 4444 of 5901 1 4,443 4,444 4,445 5,901

Stay Connected

Recent News