DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত স্থাপন হ’ল প্ৰথমখন আয়ুস চিকিৎসালয়

পিনাকী দাস by পিনাকী দাস
March 6, 2019 7:01 am
ত্ৰিপুৰাত আয়ুস চিকিৎসালয় উদ্বোধনৰ মহুৰ্তত।

ত্ৰিপুৰাত আয়ুস চিকিৎসালয় উদ্বোধনৰ মহুৰ্তত।

561
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাত স্থাপন কৰা হ’ল প্ৰথমখন সংযুক্ত আয়ুস চিকিৎসালয়। উনাকতি জিলাৰ কৈলাশ চহৰত স্থাপন কৰা হৈছে নতুন চিকিৎসালয়খন।ৰাজ্যখনৰ জনসাধাৰণে এতিয়াৰ পৰা এই চিকিৎসালয়খনত আয়ুৰ্বেদিক, হোমিঅ’পেথি আৰু যোগৰ চিকিৎসা লাভ কৰিব।

ত্ৰিপুৰাৰ স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্ৰী সুদীপ ৰয় বৰ্মনে বিধায়ক ভগৱান দাস আৰু নিতিশ দেৱৰ উপস্থিতিত পঞ্চাশখন বিচনাযুক্ত চিকিৎসালয়খন উদ্বোধন কৰে।

চিকিৎসালয়খন উদ্বোধন কৰি সুদীপ ৰয় বৰ্মনে কয় যে, ত্ৰিপুৰাৰ জনসাধাৰণে নতুনকৈ মুকলি হোৱা চিকিৎসালয়খনত আয়ুৰ্বেদিক, যোগ আৰু হোমিঅ’পেথিৰ চিকিৎসা লাভ কৰিব। ভাৰত চৰকাৰে জনসাধাৰণক একেখন চিকিৎসালয়ত তিনিওটা পদ্ধতি উপলব্ধ কৰাৰ প্ৰয়াস কৰি আহিছে। যোগ চিকিৎসা পদ্ধতিৰ দ্বাৰা সুপ্ত হৈ থকা ৰোগ সমূহৰ বিৰুদ্ধে যুদ্ধ কৰাত সহায়ক হ’ব বুলিও মন্ত্ৰীজনে উল্লেখ কৰে।

ত্ৰিপুৰাৰ লগতে ইয়াৰ ওচৰ চুবুৰীয়া ৰাজ্য অসমৰ জনসাধাৰণেও ভবিষ্যত দিনত চিকিৎসালয়খনৰ পৰা উপকৃত হ’ব বুলি মন্ত্ৰীজনে সংবাদমাধ্যমৰ আগত উল্লেখ কৰে। শিলচৰ, কৰিমগঞ্জ আদি জিলাৰ পৰা অহা লোকসকলে সহজতে চিকিৎসালয়খনৰ চিকিৎসা সেৱা লাভ কৰিব পাৰিব বুলিও মন্ত্ৰীজনে কয়।

ভাৰত চৰকাৰৰ সাহায্যৰে নিৰ্মিত চিকিৎসালয়খনত ও পি ডি, আই পি ডিৰ লগতে আয়ুৰ্বেদিক পদ্ধতিৰ পঞ্চকৰ্মা চিকিৎসা ব্যাৱস্থা উপলব্ধ থাকিব।

Recent News

স্বাধীনতা দিৱসৰ কবিতা

স্বাধীনতা দিৱসৰ কবিতা

Congress rally স্বাধীনতা দিৱসত গুৱাহাটী মহানগৰীত ১০ সহস্রাধিক নেতা-কর্মীয়ে মুখৰিত কৰিলে আকাশ-বতাহ

Congress rally স্বাধীনতা দিৱসত গুৱাহাটী মহানগৰীত ১০ সহস্রাধিক নেতা-কর্মীয়ে মুখৰিত কৰিলে আকাশ-বতাহ

High Blood Pressure

High Blood Pressure at Early Age: কম বয়সত উচ্চ ৰক্তচাপৰ কাৰণ কি জানেনে?

Road accident স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা, দুজন নিহত

Road accident স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা, দুজন নিহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd