• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী বিশ্ববিদ্যালয়ত সংকটত মাতৃভাষা : চিন্তিত অসম সাহিত্য সভা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2019 9:15 am
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ সৈতে আলোচনাৰ সময়ত সাহিত্য সভাৰ নেতৃত্ব

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ সৈতে আলোচনাৰ সময়ত সাহিত্য সভাৰ নেতৃত্ব

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ে পূৰ্বৰ দৰে কাৰ্য সম্পাদন নকৰাৰ বাবেই আজি অসমত অসমীয়া তথা অন্যান্য খিলঞ্জীয়া ভাষাসমূহে অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতি এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে।

অসম সাহিত্য সভাৰ এটা সঁজাতি দলে মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ মৃদুল হাজৰিকাক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত অভিযোগ কৰি এক স্মাৰক পত্ৰ দাখিল কৰে। অসমীয়া ভাষাৰ সংবৰ্ধন আৰু সংৰক্ষণৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে উত্থাপন কৰা এই অভিযোগৰ প্ৰতিলিপি অসমৰ মুখ্য মন্ত্ৰী, শিক্ষা মন্ত্ৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য্য, বিশ্ববিদ্যালয় শিক্ষক সংস্থা, স্নাতকোত্তৰ ছাত্ৰ সন্থাক পৃথকে পৃথকে অৰ্পন কৰে।

Apply Now

সভাই কৰা অভিযোগ মতে অসমীয়া আৰু ইংৰাজী মাধ্যমক গুৰুত্ব দি অহা জাতীয় বিশ্ববিদ্যালয়খনে সম্প্ৰতি স্নাতক পৰ্যায়ত অসমীয়া মাধ্যমক এলাগী কৰা আৰু প্ৰশাসনীয়ভাবে অসমীয়া ভাষাটোক নূন্যতম মৰ্যাদা নিদিয়া তাৰোপৰি অসমীয়া মাধ্যমত স্নাতক পাঠ্যপুথি প্ৰকাশত অহৈতুক অবহেলা কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে জাতীয় চৰিত্ৰ ক্ৰমাৎ হেৰুৱাবলৈ আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ে অসম সাহিত্য সভাৰ সমগ্ৰ শতবৰ্ষৰ সময়ছোৱাত স্মৃতি সোঁৱৰণ কৰি সৌহাৰ্দ্যমূলকভাবে এগছি বন্তিও প্ৰজ্জ্বলন নকৰাত সভাই তীব্ৰ আক্ষেপ প্ৰকাশ কৰে। সাহিত্য সভাই বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্যৰ হাতত অৰ্পন কৰা স্মাৰক পত্ৰত স্নাতকৰ সকলো পৰ্যায়তে আধুনিক ভাৰতীয় ভাষা বাধ্যতামূলক কৰা, স্নাতকৰ সকলো পৰ্যায়তে অসমীয়া মাধ্যমৰ পাঠ্যপুথি প্ৰকাশ কৰা, প্ৰশাসনীয় স্তৰত ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাক সমানে অগ্ৰাধিকাৰ দিয়া, সামগ্ৰিক অসমীয়া পৰিভাষা কোষৰ কাম আৰম্ভ কৰা আদি দাবী সমূহ সন্নিবিষ্ট কৰে।

আনহাতে, বিশ্ববিদ্যালয়খনত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদকৰ আবক্ষ মূৰ্তিসহ সভাৰ প্ৰাচ্যবিদ্যাৰ্ণৱ ড০ মহেশ্বৰ নেওগ কেন্দ্ৰীয় অসম তত্ত্ব গৱেষণা প্ৰতিষ্ঠানৰ এটা কাৰ্য্যালয়ৰ লগতে  সভাৰ মুক্ত শিক্ষা সংসদৰ  এটি কাৰ্য্যালয় স্থাপন কৰাৰ বাবে উপাচাৰ্য্যৰ ওচৰত দাবী জনায়।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ মৃদুল হাজৰিকাই আলোচনাৰ অন্তত সভাই উল্লেখ কৰা প্ৰস্তাৱসমূহৰ প্ৰতি নৈতিক সমৰ্থন স্বীকাৰ কৰি এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd