NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

53544685_1077002875841656_449547380694450176_n

তেজপুৰত আই এছ বি টিৰ আধাৰশিলা স্থাপন মন্ত্ৰী পাটোৱাৰীৰ

গুৱাহাটীৰ পাছতেই এইবাৰ তেজপুৰতো স্থাপন হ'ব আন্তঃৰাষ্ট্ৰীয় মানৰ বাছ টাৰ্মিনাছ। শনিবাৰে তেজপুৰত ৰাজ্যখনৰ দ্বিতীয়টো আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলৰ আধাৰশিলা পৰিবহণ মন্ত্ৰী...

bebb10f4-297f-48c0-9ae1-b26146542a81

চাহ বাগিচা অধ্যুষিত অঞ্চলত মাদক দ্ৰব্য নিবাৰণৰ বাবে সজাগতা অভিযান

চুলাই মদ খাই ডেৰ শতাধিক লোকৰ মৃত্যু ঘটাৰ পাছতে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত প্ৰতিবাদ সাব্যস্ত হোৱাৰ সময়তে নগাঁও জিলাৰ বৃহত্তৰ  চামগুৰি...

দুৰ্নীতিৰ অভিযোগত অভিযুক্ত ৬ জন মীন বিষয়াক নিলম্বন

দুৰ্নীতিৰ অভিযোগত অভিযুক্ত ৬ জন মীন বিষয়াক নিলম্বন

দুৰ্নীতিৰ অভিযোগত অভিযুক্ত ৰাজ্যখনৰ বিভিন্ন ঠাইৰ ৬ গৰাকী মীন বিষয়াক আজি মীন বিভাগে নিলম্বন কৰে। নিলম্বিত বিষয়াকেইজনৰ বিৰুদ্ধে দীৰ্ঘদনিৰ পৰাই...

বৰাকবাসীৰ বাবে শিলচৰত স্থাপন হ’ব মিনি চেক্ৰেটেৰিয়েট

বৰাকবাসীৰ বাবে শিলচৰত স্থাপন হ’ব মিনি চেক্ৰেটেৰিয়েট

আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি শিলচৰত উপস্থিত হৈ বৰাক উপত্যকাৰ ৰাইজৰ বাবে...

আমনিত হোটেলত কাম কৰা শ্ৰমিকৰ মতৃদেহ ৰহস্যজনকভাৱে উদ্ধাৰ

আমনিত হোটেলত কাম কৰা শ্ৰমিকৰ মতৃদেহ ৰহস্যজনকভাৱে উদ্ধাৰ

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনিত যোৱা নিশা এটি মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।...

Himanta Biswa Sarma

“থলুৱা মুছলমানলৈ বাজেটত বহুতো সা-সুবিধা”, ‘ইণ্ডিয়া টুডে’ত হিমন্তৰ মিথ্যাচাৰ; বাৰ্ষিক ভাট্টা পাব লগীয়া ১৬০টাৰ মাত্ৰ দুটাহে ইছলামিক ধৰ্মানুষ্ঠান

‘ইণ্ডিয়া টুডে’ই কালি অনুষ্ঠিত কৰা এটা আলোচনাত ভাগ লৈ অসমৰ বিজেপি মন্ত্ৰী হিমন্ত বিশ্বই নিজৰ বক্তব্যত আকৌ এবাৰ মিথ্যাচাৰৰ আশ্ৰয়...

বটদ্ৰৱাত ৭০ কি. মি. স্কুটি চলাই বিধায়িকা আঙুৰলতাৰ ‘বিজয় সংকল্প ৰেলী’

বটদ্ৰৱাত ৭০ কি. মি. স্কুটি চলাই বিধায়িকা আঙুৰলতাৰ ‘বিজয় সংকল্প ৰেলী’

আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহ। আজি বটদ্ৰৱাত বিধায়িকা আঙুৰলতা ডেকাই যুৱমৰ্চাৰ সমূহ কৰ্মকৰ্তাৰ সহযোগত 'বিজয়...

Postcolonial Poems Cover-29 Jan 2019

সাহিত্য সংবাদ : প্ৰকাশ পালে কমল কুমাৰ তাঁতীৰ ইংৰাজী অনুবাদ কাব্য-সংকলন ‘Post-Colonial Poems’

সাহিত্য অকাডেমী যুৱ বঁটা বিজয়ী অসমৰ প্ৰতিশ্ৰুতিসম্পন্ন কবি-প্ৰবন্ধকাৰ কমল কুমাৰ তাঁতীৰ ‘Post-Colonial Poems’ শীৰ্ষক এখন ইংৰাজী অনুবাদ কাব্য-সংকলন অলপতে প্ৰকাশ...

Religious Fundamentalism

সন্ত্ৰাসবাদ আৰু ধৰ্মীয় মৌলবাদ

পৃথিৱীখন জানো কেতিয়াবা ধৰ্মহীন হ’ব? বিজ্ঞান-প্ৰযুক্তিৰ ইমান অগ্ৰগতিৰ পাছতো জানো মানুহ ধৰ্মমুক্ত হ’ব পাৰিছে? মানুহ ধৰ্মমুক্ত হোৱাটো উচিত নে? এই...

প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে বিভিন্ন বিভাগত মুকলি কৰি দিলে ২০০ ৰো অধিক পদ

প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে বিভিন্ন বিভাগত মুকলি কৰি দিলে ২০০ ৰো অধিক পদ

নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰে ভাৰতীয় ৰে'ল সেৱা আৰু ৰাজ্য চৰকাৰ সমূহৰ বিভিন্ন বিভাগত নতুন পদত নিযুক্তিৰ...

Page 4446 of 5896 1 4,445 4,446 4,447 5,896

Stay Connected

ADVERTISEMENT

Recent News