• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে বিভিন্ন বিভাগত মুকলি কৰি দিলে ২০০ ৰো অধিক পদ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 2, 2019 3:03 pm

1 min read

প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে বিভিন্ন বিভাগত মুকলি কৰি দিলে ২০০ ৰো অধিক পদ

বিজ্ঞাপনৰ প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

1.9k
VIEWS
Share on FacebookShare on Twitter

নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰে ভাৰতীয় ৰে’ল সেৱা আৰু ৰাজ্য চৰকাৰ সমূহৰ বিভিন্ন বিভাগত নতুন পদত নিযুক্তিৰ বিজ্ঞাপন দি ৰাজ্যৰ নিবনুৱাক সকাহ দিবৰ বাবে চেষ্টা কৰিছে।

লোকসভা নিৰ্বাচনৰ পূৰ্বেই এইবাৰ অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ নিবনুৱা সকলৰ বাবে মুকলি কৰি দিছে দুই শতাধিক পদ। কনিষ্ঠ বৰ্গৰ সহায়কৰ পৰা আৰম্ভ কৰি স্কিল ইণ্ডিয়াৰ কথা কোৱা চৰকাৰে কম্পিউটাৰ সহায়কলৈ পদ মুকলি কৰি দিছে ৰাজ্যৰ নিবনুৱা সকলৰ বাবে।

আনহাতে, চতুৰ্থ বৰ্গতো যাতে কৰ্মচাৰীৰ সংখ্যা কম নহয় তাৰবাবে পিয়ন, নৈশ চকীদাৰ আদি পদৰো বিজ্ঞাপন দিছে বিভাগটোৱে। ৰাজ্যৰ নিবনুৱা সকলে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ ৱেব চাইটত গৈ ৩০ মাৰ্চৰ পূৰ্বেই পদ সমূহৰ বাবে আবেদন কৰিব লাগিব।

উল্লেখযোগ্য যে, লোকসভা নিৰ্বাচনলৈ নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পূৰ্বে  খালী হোৱা পদসমূহৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd