• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰাকবাসীৰ বাবে শিলচৰত স্থাপন হ’ব মিনি চেক্ৰেটেৰিয়েট

এন ই নাও নিউজ by এন ই নাও নিউজ
March 2, 2019 9:06 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি শিলচৰত উপস্থিত হৈ বৰাক উপত্যকাৰ ৰাইজৰ বাবে কেইবাটাও উন্নয়ণমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰে।

ইয়াৰ অংশ হিচাপে শিলচৰৰ পুলিচ গ্ৰাউণ্ডত বৰাকৰ জনসাধাৰণে দীৰ্ঘদিন ধৰি দাবী জনাই অহা এটা মিনি চেক্ৰেটেৰিয়েটৰ আধাৰশিলা স্থাপন কৰে। উক্ত অনুষ্ঠানতে সোণোৱালে জিলা গ্ৰন্থগাৰ প্ৰাঙ্গনত নতুন প্ৰেক্ষাগৃহসহ জিলা পুথিভৰাল ভৱন নিৰ্মাণ, ‘উত্তৰণ’ প্ৰকল্পৰ অধীনত শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত ক্ৰীড়া ষ্টেডিয়ামৰ উন্নীতকৰণ, অসম বিশ্ববিদ্যালয়ত স্বামী বিবেকানন্দ সাংস্কৃতিক গৱেষণা কেন্দ্ৰ আৰু ইটখোলা ঘাটৰ কাষত বৰাক নৈৰ ওপৰত আৰ চি চি দলঙৰ আধাৰশিলাও স্থাপন কৰে।

Apply Now

ইয়াৰ উপৰি কেন্দ্ৰীয় অপৰিশোধেয় পুঁজিৰ অধীনত শিলচৰ-কুম্ভীগ্ৰাম পথৰ সদৰ ঘাটত বৰাক নৈৰ ৬০ কোটি টকা ব্যয়েৰে নিৰ্মিত পকী দলংখন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে। উল্লেখযোগ্য যে ২০১৪ চনত প্রাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু প্রাক্তন গৰকাপ্তানী মন্ত্ৰী অজন্তা নেওঁগে আধাৰশিলা স্থাপন কৰা দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’বৰ বাবে পাঁচ বছৰ সময় লাগিল।

নিজৰ ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে বৰাক উপত্যকাৰ আন্তঃগাঁথনি উন্নয়নৰ ওপৰত কৰা বৰ্তমানৰ ৰাজ্য চৰাকাৰে উপত্যকাটোত ২০০০ কিঃমিঃ পথ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ১২০ খন কাঠৰ দলং পকী দলঙলৈ ৰূপান্তৰৰ কাম দ্ৰুত গতিত অব্যাহত ৰাখিছে।

তদুপৰি গুৱাহাটী মহানগৰীৰ সম্প্ৰসাৰণৰ বাবে গ্ৰহণ কৰা ‘ষ্টেট কেপিটেল ৰিজন’ৰ লেখীয়াকৈ শিলচৰ সম্প্ৰসাৰণৰ বাবেও অনুৰূপ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি কয়। ইয়াৰ লগতে কৰিমগঞ্জত এখন চিকিৎসা মহাবিদ্যালয় আৰু বৰাক উপত্যকাত ৩০ খনতকৈ অধিক খেলপথাৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তেওঁ কয়।

মুখ্য মন্ত্ৰীৰ লগতে পৰিৱেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালেও ভাষণ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd