NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

383296e2-ea8a-4588-a3ee-5e93bfc2deef

খাদ্যত বিষক্ৰিয়া : পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত ২৪ জনকৈ লোক অসুস্থ, চিকিৎসাধীন

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ জেংখাৰ ৰংপি গাঁৱত বুধবাৰে সন্ধিয়া চড়ক পূজাৰ মাংস খোৱাৰ পাছতেই একাংশ লোক অসুস্থ হৈ পৰে। মাংস...

Lotay Tshering bhutan pm

ভাৰতত “চকীদাৰ” চৰ্চাৰ বিপৰীতে চিকিৎসকৰূপেও ৰাইজসেৱা ভুটানৰ প্ৰধান মন্ত্ৰীৰ

দেশৰ সাধাৰণ নিৰ্বাচনৰ ধামখুমীয়াত নৰেন্দ্ৰ মোদীৰ স্ব-আৰোপিত “চকীদাৰ” অভিধাক লৈ চলিত চৰ্চাৰ বিপৰীতে বিশেষজ্ঞ চিকিৎসকৰূপে ৰাইজক সেৱা আগবঢ়াই আহিছে চুবুৰীয়া...

agp-atul-bora-759-570x320

অনুপ্ৰৱেশৰ সমস্যা সমাধানৰ ক্ষমতা কেন্দ্ৰৰ হাততহে আছে : অগপ

বিজেপিৰ সৈতে পুনৰ মিত্ৰতাত আবদ্ধ হোৱাৰ পাছত আঞ্চলিক দল অসম গণ পৰিষদে এতিয়া আছুৰ সুৰতে সুৰ মিলাই ৰাজ্যখনৰ অবৈধ অনুপ্ৰৱেশৰ...

Tripura-CM-ANI

পুলুৱামাৰ চহিদৰ প্ৰতি শ্ৰদ্ধা জনাই হোলী উদযাপন নকৰিলে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে এইবাৰ ৰঙৰ উৎসৱ হোলী উদযাপন নকৰিলে। জম্মু-কাশ্মীৰৰ পুলুৱামাত সংঘটিত ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণত চহিদ হোৱা...

shivathapal

এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দললৈ নিৰ্বাচিত অসমৰ শিৱ থাপা

অভিলেখসংখ্যক চতুৰ্থবাৰৰ বাবে পদক জয়ৰ উদ্দেশ্যেৰে এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বক্সিং ৰিঙত নামিব অসমৰ ষ্টাৰ বক্সাৰ শিৱ থাপা। বেংককত অহা ১৯-২৮...

road-mishap

হোলীৰ ৰঙেই কাল হ’ল; শিঙিমাৰীত শোকাৱহ পথ দুৰ্ঘটনাত এজন নিহত

হোলীৰ আনন্দ উল্লাসৰ মাজতে আজি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোকে প্ৰাণ হেৰুৱাৰ ঘটনাই আনন্দৰ পৰিবেশৰ মাজতে কামৰূপ গ্ৰাম্য জিলাৰ...

Gourab Bora & Vineet Rai

ভাৰতীয় ফুটবল দললৈ নিৰ্বাচিত অসমৰ বিনীত ৰায় আৰু গৌৰৱ বৰা

ভাৰতীয় ফুটবল দললৈ নিৰ্বাচিত হৈছে অসমৰ দুজন উদীয়মান ফুটবলাৰ। অতি প্ৰতিভাসম্পন্ন খেলুৱৈ দুগৰাকী হ’ল গৌৰৱ বৰা আৰু বিনীত ৰায় ।...

বিজেপিক উৎখাতৰ স্বাৰ্থত কংগ্ৰেছেও ত্যাগ কৰিব লাগিব : বদৰুদ্দিন আজমল

বিজেপিক উৎখাতৰ স্বাৰ্থত কংগ্ৰেছেও ত্যাগ কৰিব লাগিব : বদৰুদ্দিন আজমল

'বিজেপিক উৎখাতৰ স্বাৰ্থত কংগ্ৰেছেও ত্যাগ কৰিব লাগিব।' বুধবাৰে ৬ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত কলগাছিয়াত এখন জনসভাত ভাষণ দি এই মন্তব্য...

প্ৰচণ্ড ধুমুহাত চামগুৰিত বিস্তৰ ক্ষতিসাধন, বিধ্বস্ত স্থানীয় গীৰ্জাঘৰ

প্ৰচণ্ড ধুমুহাত চামগুৰিত বিস্তৰ ক্ষতিসাধন, বিধ্বস্ত স্থানীয় গীৰ্জাঘৰ

ৰঙৰ উৎসৱ ফাকুৱাৰ পুৱাই বৃহত্তৰ চামগুৰি অঞ্চলৰ ওপৰেৰে বুধবাৰে নিশা পাৰহৈ যোৱা এজাক বতাহ-ধুমুহাই অঞ্চলটোৰ সৰু-বৰ একাংশ অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে একাধিক...

Feature-Holi

অসমৰ ৰাজ্যপাল, মুখ্য মন্ত্ৰীৰ লগতে মন্ত্ৰী চন্দ্ৰমোহনে ৰাজ্যবাসীক জনালে হোলীৰ শুভেচ্ছা

ৰঙৰ উৎসৱ ফাকুৱাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে ইতিমধ্যে আৰম্ভ হৈছে এক উৎসৱ মুখৰ পৰিৱেশ। ইয়াৰ মাজতে সমগ্ৰ অসমবাসীকে হোলীৰ শুভেচ্ছা...

Page 4493 of 5980 1 4,492 4,493 4,494 5,980

Stay Connected

Recent News