DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰচণ্ড ধুমুহাত চামগুৰিত বিস্তৰ ক্ষতিসাধন, বিধ্বস্ত স্থানীয় গীৰ্জাঘৰ

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
March 21, 2019 9:38 am
273
VIEWS
Share on FacebookShare on Twitter

ৰঙৰ উৎসৱ ফাকুৱাৰ পুৱাই বৃহত্তৰ চামগুৰি অঞ্চলৰ ওপৰেৰে বুধবাৰে নিশা পাৰহৈ যোৱা এজাক বতাহ-ধুমুহাই অঞ্চলটোৰ সৰু-বৰ একাংশ অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে একাধিক লোকৰ ঘৰ-বাৰিৰ বিস্তৰ ক্ষতিসাধন কৰে।

নিশা প্ৰায় ১ বজাত অহা প্ৰবল ধুমুহা বতাহ-বৰষুণৰ ফলত সমুলঞ্চে তচনচহৈ পৰিল চামগুৰিৰ কঠালগুৰিস্থিত ‘বেপ্তিষ্ট চাৰ্চ’ গীৰ্জা ঘৰটো। অঞ্চলটোৰ সহস্ৰাধিক খ্ৰীষ্টধৰ্মী লোকৰ আৰাধ্যস্থলী গীৰ্জাঘৰটোৰ টিঙৰ চালি ধুমুহাই উৰুৱাই নিয়াৰ ফলত ইয়াৰ ভিতৰত থকা এটা ল’কাৰ, বিভিন্ন যাৱতীয় নথিপত্ৰ, এটা ছাউণ্ড-ছেট, বিশেষ লাইট-ছেট, ডেক্স-বেঞ্চ আদি নষ্ট হয়।

অৱশ্যে পুৱা স্থানীয় ৰাইজ আহি অস্থায়ীভাৱে পৰিত্যক্ত গীৰ্জা ঘৰটোৰ মেৰামতিৰ কাম আৰম্ভ কৰে যদিও প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত গীৰ্জাঘৰটো নতুনকৈ নিৰ্মাণৰ বাবে সহায় আগবঢ়াবলৈ চৰকাৰক আহ্বান জনায়।

আনহাতে নিশা অহা ধুমুহাজাকৰ ফলত অঞ্চলটোৰ বহু কেইটা পৰিয়ালৰ বাসগৃহৰ লগতে অঞ্চলটোৰ ভালেসংখ্যক গছ-গছনি উঘালি পৰাৰ উপৰি অঞ্চলটোৰ কেইবাখনো ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠান তথা ব্ৰয়লাৰ ফ্ৰাম আদিৰো যথেষ্ট ক্ষতি সাধন হোৱাৰ বুলি জানিব পৰা গৈছে।

Recent News

অসমৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক অতি সোনকালে জনজাতিৰ মৰ্যাদা প্ৰদান কৰক: চুতীয়া যুৱ সন্মিলন

অসমৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক অতি সোনকালে জনজাতিৰ মৰ্যাদা প্ৰদান কৰক: চুতীয়া যুৱ সন্মিলন

দ্রৌপদী মূৰ্মুৰ প্ৰসংগঃ বিজেপি আৰ এছ এছ যুটিৰ হিন্দু ৰাষ্ট্ৰৰ নতুন সমীকৰণ

দ্রৌপদী মূৰ্মুৰ প্ৰসংগঃ বিজেপি আৰ এছ এছ যুটিৰ হিন্দু ৰাষ্ট্ৰৰ নতুন সমীকৰণ

M S Dhoni: স্বাধীনতা দিৱসৰ পূৰ্বে ধোনীৰ বিশেষ বাৰ্তা; ত্ৰিৰংগাৰে উজলাই তুলিলে নিজৰ ইনষ্টাগ্ৰাম!

M S Dhoni: স্বাধীনতা দিৱসৰ পূৰ্বে ধোনীৰ বিশেষ বাৰ্তা; ত্ৰিৰংগাৰে উজলাই তুলিলে নিজৰ ইনষ্টাগ্ৰাম!

গৃহমন্ত্ৰীৰ বঁটা: কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে

গৃহমন্ত্ৰীৰ বঁটা: কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd