• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খাদ্যত বিষক্ৰিয়া : পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত ২৪ জনকৈ লোক অসুস্থ, চিকিৎসাধীন

NE NOW NEWS এন ই নাও নিউজ
খেৰণি , March 21, 2019 6:07 pm

1 min read

383296e2-ea8a-4588-a3ee-5e93bfc2deef
410
VIEWS
Share on FacebookShare on Twitter

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ জেংখাৰ ৰংপি গাঁৱত বুধবাৰে সন্ধিয়া চড়ক পূজাৰ মাংস খোৱাৰ পাছতেই একাংশ লোক অসুস্থ হৈ পৰে। মাংস খোৱাৰ পাছত এনেদৰে অসুস্থ হৈ পৰা ২৪ জন লোকক লগে লগেই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে, পশ্চিম কাৰ্বি আংলঙ জিলাৰ খেৰণি থানাৰ অন্তৰ্গত জেংখাৰ ৰংপি গাঁৱত দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি পৰম্পৰাগত চড়ক পূজাৰ আয়োজন কৰা হৈছিল। এই পূজাত অঞ্চলটোৰ প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰে। এই পূজাৰ দ্বিতীয় দিনা অৰ্থাৎ বুধবাৰে দিনত ৰন্ধা মাংস খোৱাৰ পাছতে গাঁওখনৰ পুৰুষ-মহিলাকে ধৰি এজন এজনকৈ লোক অসুস্থ হৈ পৰে।

এনেদৰে অসুস্থ হৈ পৰা ২৪জন লোকৰ ভিতৰত ১২ জনক নিশাই খেৰণি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰা হয়। আনহাতে, বৃহস্পতিবাৰে পুৱা পুনৰ আন ১২ জন লোকক চিকিৎসালয়খনত ভৰ্তি কৰোৱা হয়।

ইপিন, প্ৰাথমিক চিকিৎসা প্ৰদানৰ পাছত ইয়াৰ মাজৰে কেইজনমান লোকক উন্নত চিকিৎসাৰ বাবে নগাঁও, ডিফু আদি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে, অসুস্থ লোকৰ সংখ্যা ক্ৰমে বৃদ্ধি পাই আছে।

স্থানীয় ৰাইজে চড়ক পূজাৰ মাংস ৰন্ধাত ব্যৱহাৰ কৰা মিঠাতেল, মচলা আদিৰ  বাবে বিষক্ৰিয়া হোৱাৰ সন্দেহ ব্যক্ত কৰিছে। তদুপৰি, হঠাৎ এনেদৰে পূজাৰ মাংস খাই লোকসকল অসুস্থ হৈ পৰাত অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd