NE NOW NEWS

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

হোলীগীতেৰে মুখৰিত সত্ৰনগৰী বৰপেটা; কাইলৈৰ পৰা দৌল মহোৎসৱ

হোলীগীতেৰে মুখৰিত সত্ৰনগৰী বৰপেটা; কাইলৈৰ পৰা দৌল মহোৎসৱ

ৰঙৰ উৎসৱ ফাকুৱাক কেন্দ্ৰ কৰি সত্ৰনগৰী বৰপেটাত ইতিমধ্যে উৎসৱ মুখৰ পৰিৱেশ আৰম্ভ হৈছে।  বৰপেটাৰ প্ৰাণ হিচাপে বিবেচিত দৌল মহোৎসৱৰ অন্যতম...

ফাকুৱাৰ ছুটি বাতিল : ২২ আৰু ২৩ মাৰ্চত ৰাজ্যৰ কোষাগাৰ খোলা ৰখাৰ নিৰ্দেশ বিত্ত বিভাগৰ

ফাকুৱাৰ ছুটি বাতিল : ২২ আৰু ২৩ মাৰ্চত ৰাজ্যৰ কোষাগাৰ খোলা ৰখাৰ নিৰ্দেশ বিত্ত বিভাগৰ

কামৰূপ মহানগৰ জিলা প্ৰশাসনে ফাকুৱা উৎসৱ উপলক্ষে জিলাখনত ২২ মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিছিল যদিও ৰাজ্যৰ বিত্ত বিভাগে ৰাজ্যৰ কোষাগাৰ...

19-03-19 Guwahati- CPI-M Protest (5)

গুৱাহাটীত মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ প্ৰতিবাদ

ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ গুৱাহাটীৰ দক্ষিণ-পূৱ আঞ্চলিক কমিটিয়ে আজি গুৱাহাটী মহানগৰীত বিভিন্ন সমস্যা সমাধানৰ দাবীত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।...

Matrenity death at Govt hospital in Assam's Biswnath

চৰকাৰী চিকিৎসালয়ত দুদিন চটফটাই বিশ্বনাথত মৃত্যু প্ৰসূতিৰ, ‘নাহিল’ চিকিৎসক

বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ গাফিলতিৰ বাবেই মঙলবাৰে ৰাধিকা দাস নামৰ প্ৰসূতি এগৰাকীৰ কৰুণ মৃত্যু হোৱাৰ অভিযোগ তুলিছে পৰিয়ালে। সোমবাৰে...

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ ছাত্ৰবাসত ছাত্ৰৰ আত্মহত্যা

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ ছাত্ৰবাসত ছাত্ৰৰ আত্মহত্যা

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ ছাত্ৰবাসত সোমবাৰে নিশা এজন ছাত্ৰই আত্মহত্যাৰ পথ বাছি ল'লে। প্ৰাপ্ত তথ্য মতে ৩ দিন পূৰ্বে ঘৰলৈ যোৱা...

Zubeen Garg launches NK Big Star mobile app

চাউলখোৱা মহোৎসৱত জুবিনক পুৰুষোত্তম দাস বঁটা প্ৰদান

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক পুৰুষোত্তম দাস বঁটাৰে সন্মানিত কৰা হয়। বৰপেটাত অনুষ্ঠিত হৈ থকা চাউলখোৱা মহোৎসৱত সোমবাৰে জুবিনক অসমীয়া...

অৱশেষত জটিলতা আঁতৰিল; তেজপুৰত ৰাজেন বৰঠাকুৰ, নগাঁৱত ৰূপক শৰ্মা বিজেপিৰ প্ৰাৰ্থী

অৱশেষত জটিলতা আঁতৰিল; তেজপুৰত ৰাজেন বৰঠাকুৰ, নগাঁৱত ৰূপক শৰ্মা বিজেপিৰ প্ৰাৰ্থী

বাকী ৮টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ বাছনি চূড়ান্ত কৰিলেও নগাওঁ আৰু তেজপুৰক লৈ জটিলতাৰ সন্মুখীন হোৱা বিজেপিয়ে অৱশেষত সমষ্টি দুটাৰ বাবে...

subal-bhowmik

ত্ৰিপুৰা বিজেপিত খহনীয়া; দলৰ উপ সভাপতিৰ পদত্যাগ, আজি যোগদান কৰিব কংগ্ৰেছত

লোকসভা নিৰ্বাচনলৈ কেইটামান দিন বাকী থকা অৱস্থাত সঘনাই পট পৰিৱৰ্তন হ’বলৈ ধৰিছে উত্তৰ-পূবৰ ৰাজনীতি। ১৮ মাৰ্চত মেঘালয় আৰু অৰুণাচলৰ কেইবাজনো...

Riyan Parag

আই পি এলৰ বাবে সাজু ৰিয়ান : কাইলৈ ৰাওনা হ’ব ৰাজস্থান ৰয়েলছৰ শিবিৰলৈ

ক্ৰিকেটৰ আটাইতকৈ চুটি সংস্কৰণ তথা বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় লীগ আই পি এলত অভিষেকৰ বাবে সাজু হৈছে অসমৰ উদীয়মান ক্ৰিকেটাৰ ৰিয়ান...

18-02-19-Guwahati-Kirip-Chaliha-press-meet-2-750x375

কংগ্ৰেছৰ ১০টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণাৰ পাছত গুৱাহাটীত চৰ্চালৈ আহিছে কিৰিপ চলিহাৰ নাম

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে অসমত কংগ্ৰেছে ৫টা সমষ্টিৰ প্ৰথমখন তালিকা প্ৰকাশ কৰাৰ পাছত সোমবাৰে নিশা আন ৫টা গুৰুত্বপূৰ্ণ সমষ্টিৰ বাবেও...

Page 4496 of 5979 1 4,495 4,496 4,497 5,979

Stay Connected

Recent News