DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফাকুৱাৰ ছুটি বাতিল : ২২ আৰু ২৩ মাৰ্চত ৰাজ্যৰ কোষাগাৰ খোলা ৰখাৰ নিৰ্দেশ বিত্ত বিভাগৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2019 6:36 pm
প্ৰতিনিধিত্বমূলক ফটো। উৎস-ইণ্টাৰনেট

প্ৰতিনিধিত্বমূলক ফটো। উৎস-ইণ্টাৰনেট

1.1k
VIEWS
Share on FacebookShare on Twitter

কামৰূপ মহানগৰ জিলা প্ৰশাসনে ফাকুৱা উৎসৱ উপলক্ষে জিলাখনত ২২ মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিছিল যদিও ৰাজ্যৰ বিত্ত বিভাগে ৰাজ্যৰ কোষাগাৰ সমূহ ২২ আৰু ২৩ মাৰ্চত খোলা ৰখাৰ নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে, ফাকুৱা উপলক্ষে ২১ মাৰ্চত চৰকাৰী বন্ধত সকলো চৰকাৰী কাৰ্য্যালয় বন্ধ থাকিব। আনহাতে, ২২ মাৰ্চত কামৰূপ মহানগৰত স্থানীয় বন্ধ আৰু ২৩ মাৰ্চত চতুৰ্থ শনিবাৰৰ বাবে নিয়ম মতে চৰকাৰী কাৰ্য্যালয় বন্ধ থাকিব লাগে।

চৰকাৰৰ নিৰ্দেশৰ পাছত এতিয়া স্থানীয় বন্ধ আৰু চতুৰ্থ শনিবাৰৰ দিনটোত খোলা ৰাখিব লাগিব কোষাগাৰ।

অসম চৰকাৰৰ বিত্ত বিভাগৰ এজন বিষয়াই জনোৱা অনুসৰি মাৰ্চ মাহ সমাপ্ত হোৱাৰ লগে লগে নতুন বিত্তীয় বৰ্ষ আৰম্ভ হ’ব সেয়েহে মাৰ্চ এণ্ডিঙৰ কাৰণেই ২২ আৰু ২৩ মাৰ্চত ৰাজ্যৰ কোষাগাৰ খোলা ৰখাৰ নিৰ্দেশ দিয়া হৈছে। উৎসৱৰ মাজতো যাতে ৰাজ্যৰ উন্নয়ণ পাছপৰি নৰয় তাৰবাবে চৰকাৰ সদায় বদ্ধপৰিকৰ বুলিও বিষয়াজনে মন্তব্য কৰে।

Recent News

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

নেতৃত্বৰ ওপৰত ক্ষোভ! কাশ্মীৰৰ নিৰ্বাচন সমিতিৰ পৰা পদত্যাগ গুলাম নবী আজাদৰ

নেতৃত্বৰ ওপৰত ক্ষোভ! কাশ্মীৰৰ নিৰ্বাচন সমিতিৰ পৰা পদত্যাগ গুলাম নবী আজাদৰ

তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী ভাষাত অংক আৰু বিজ্ঞানঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী ভাষাত অংক আৰু বিজ্ঞানঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd