• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৱশেষত জটিলতা আঁতৰিল; তেজপুৰত ৰাজেন বৰঠাকুৰ, নগাঁৱত ৰূপক শৰ্মা বিজেপিৰ প্ৰাৰ্থী

শেষ মুহূৰ্ততো নুঠিল আৰ পি শৰ্মাৰ নাম; টিকট নাপালে ৰাজেন গোহাঁইৰ পত্নী ৰীতা গোহাঁয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 19, 2019 3:56 pm

1 min read

অৱশেষত জটিলতা আঁতৰিল; তেজপুৰত ৰাজেন বৰঠাকুৰ, নগাঁৱত ৰূপক শৰ্মা বিজেপিৰ প্ৰাৰ্থী

ৰূপক শৰ্মা (বাওঁফালে) আৰু ৰাজেন বৰঠাকুৰ।

2.4k
VIEWS
Share on FacebookShare on Twitter

বাকী ৮টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ বাছনি চূড়ান্ত কৰিলেও নগাওঁ আৰু তেজপুৰক লৈ জটিলতাৰ সন্মুখীন হোৱা বিজেপিয়ে অৱশেষত সমষ্টি দুটাৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰা বুলি খবৰ পোৱা গৈছে।

তেজপুৰৰ বৰ্তমানৰ সাংসদ আৰ পি শৰ্মাৰ নাম ৰাজ্যিক নেতৃত্বই প্ৰস্তুত কৰা প্ৰাৰ্থীৰ পেনেলত  অন্তৰ্ভুক্ত নকৰা বাবে কেন্দ্ৰীয় নেতৃত্বৰ সমালোচনাৰ সন্মুখীন হোৱা আৰু আৰ এছ এছৰ হেঁচাৰ সন্মুখীন হোৱা বুলি বাতৰি ওলাইছিল যদিও শেষ পৰ্য্যন্ত সাংসদজনৰ নাম নুঠিল প্ৰাৰ্থী হিচাপে।

তেজপুৰ সমষ্টিটোত প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰ আৰু নগাওঁ সমষ্টিত বিধায়ক ৰূপক শৰ্মাই প্ৰাৰ্থিত্ব লাভ কৰা বুলি খবৰ পোৱা গৈছে।

অৱশ্যে এতিয়াও চূড়ান্ত তালিকাখন ৰাজহুৱা কৰিবলৈ বাকী।

আজি সন্ধিয়া ৫.৩০ বজাত নতুন দিল্লীত দলটোৰ নিৰ্বাচনী কমিটীৰ বৈঠক আছে। ইয়াতে দলটোৰ অসমৰ প্ৰাৰ্থীৰ তালিকাখনত কেন্দ্ৰীয় নেতৃত্বই অনুমোদন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে অগপ আৰু বিপিএফৰ সৈতে মিত্ৰতাত থকা ৰাষ্ট্ৰীয় দলটোৱে অসমত ১০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে। অগপক ৩খন আৰু বি পি এফক কোকৰাঝাৰ আসনসন এৰি দিছে।

Recent News

Calcutta-High-Court-Taxscan

মৃত ব্যক্তিৰ বীৰ্যৰ অধিকাৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd