NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Indo-Bangla-border.-File-photo-768x412

ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হোৱা যুদ্ধ সদৃশ পৰিৱেশৰ বাবে ভাৰত-বাংলা সীমান্তত সতৰ্কতা জাৰি

পুলৱামা কাণ্ডৰ পাছৰে পৰা ভাৰত-পাকিস্তানৰ মাজত বৃদ্ধি হোৱা যুদ্ধ সদৃশ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষাত নিয়োজিত...

লুইত সাঁতুৰিবলৈ সাজু সুদৃশ্য এম ভি শংকৰদেৱ

লুইত সাঁতুৰিবলৈ সাজু সুদৃশ্য এম ভি শংকৰদেৱ

গুৱাহাটী আৰু উত্তৰ গুৱাহাটী বাসীৰ মাজৰ জলপথেৰে যাতায়ত ব্যৱস্থাক সুচল আৰু নিৰ্ভৰযোগ্য কৰি আজিৰ পৰা লুইতৰ বুকুত চলিব অত্যাধুনিক ৰ’...

T Ao football 2nd semi final (4)

আজি টি আও আন্তঃৰাষ্ট্ৰীয় গ’ল্ড কাপৰ খিতাপ যুঁজত মুখামুখি হ’ব মেঘালয়-মিজোৰাম

ড০ টি আও জন্ম শতবাৰ্ষিকী কমিটিৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হৈ থকা দ্বিতীয়সংখ্যক টি আও উত্তৰ-পূব আন্তঃৰাষ্ট্ৰীয় এন ই চি (অনূৰ্ধ্ব...

অসমৰ শিল্পীয়ে সাজি উলিওৱা চাৰে তিনি ফুট উচ্চতাৰ পুলৱামাৰ চহিদ স্মাৰক প্ৰদান কৰিব প্ৰধান মন্ত্ৰীৰ হাতত

অসমৰ শিল্পীয়ে সাজি উলিওৱা চাৰে তিনি ফুট উচ্চতাৰ পুলৱামাৰ চহিদ স্মাৰক প্ৰদান কৰিব প্ৰধান মন্ত্ৰীৰ হাতত

জম্মু-কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদীৰ আত্মঘাটি আক্ৰমণত চহিদ হোৱা ৪০ জন বীৰ চহিদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অসমৰ নগাঁও জিলাৰ পুৰণিগুদামৰ পাৰ্থপ্ৰতিম...

Baba Ramdev Visits Tamulpur

পুলৱামা কাণ্ডৰ চহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালক ২.৫০ লাখ টকা প্ৰদান বাবা ৰামদেৱৰ

২৭ ফেব্ৰুৱাৰি অৰ্থাৎ বুধবাৰে সন্ধিয়া বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰী গাঁৱৰ বীৰ চহিদ মনেশ্বৰ বসুমতাৰীৰ বাসগৃহত উপস্থিত হয় যোগগুৰু বাবা ৰামদেৱ। ৰামদেবে...

golaghat-hooch

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব সুৰা ট্ৰেজেডিৰ ভালেমান তথ্য

গোলাঘাট জিলাত হোৱা সুৰা বিষক্ৰিয়া সন্দৰ্ভত আৰক্ষীয়ে কৰি থকা তদন্তৰ শীঘ্ৰে অন্ত পৰিব আৰু ইয়াৰ লগে লগে উক্ত ভয়ংকৰ কাণ্ডৰ...

CM Sonowal

আমগুৰিত ৭০ মেগাৱাট শক্তি সম্পন্ন সৌৰ পাৰ্কৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰীৰ

বুধবাৰে শিৱসাগৰ জিলাৰ আমগুৰিত মুখ্য মন্ত্ৰীয়ে ৭০ মেগাৱাট শক্তি সম্পন্ন সৌৰ পাৰ্কৰ আধাৰশিলা স্থাপন কৰে। আমগুৰিৰ জাপিসজিয়া গাঁৱত ৩৪০ একৰ...

পৰমাণু যুদ্ধৰ সম্ভাৱনা নাকচ ভাৰতৰ প্ৰাক্তন সেনাপ্ৰধানৰ

পৰমাণু যুদ্ধৰ সম্ভাৱনা নাকচ ভাৰতৰ প্ৰাক্তন সেনাপ্ৰধানৰ

পুলৱামা বিস্ফোৰণৰ পিছত ভাৰত-পাকিস্তানৰ মাজত যুদ্ধৰ শংকা ক্ৰমে বৃদ্ধি পোৱাৰ সময়তে দুয়োখন দেশৰ মাজত পৰমাণু যুদ্ধৰ সম্ভাৱনা নাকচ কৰিছে প্ৰাক্তন...

Protest at Majuli

মুখ্য মন্ত্ৰীৰ সমষ্টিবাসীৰ বিশাল প্ৰতিবাদী সমদল; আমুৱাইছে মিছা প্ৰতিশ্ৰুতিয়ে; উম-ঘাম নাই যোৰহাট-মাজুলী সংযোগী দলঙৰ

মুখ্য মন্ত্ৰী সোণোৱাল আৰু বিজেপি দলৰ প্ৰতিশ্ৰুতিয়ে আমুওৱা মাজুলীৰ ৰাইজে আজি বিশাল প্ৰতিবাদ উলিয়ায় চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে। চৰকাৰৰ মিথ্যাচাৰৰ বিৰুদ্ধে...

পাকিস্তানে বন্দী কৰা উয়িং কমাণ্ডাৰ অভিনন্দনৰ দেউতাক আছিল শ্বিলংস্থিত ইষ্টাৰ্ন এয়াৰ কমাণ্ডৰ মুৰব্বী

পাকিস্তানে বন্দী কৰা উয়িং কমাণ্ডাৰ অভিনন্দনৰ দেউতাক আছিল শ্বিলংস্থিত ইষ্টাৰ্ন এয়াৰ কমাণ্ডৰ মুৰব্বী

পুলৱামা বিস্ফোৰণে ভাৰত-পাকিস্তানৰ মাজত আনি দিয়া যুদ্ধ-সদৃশ পৰিস্থিতিৰ মাজতে আজি পুৱাই পাকিস্তানে বন্দী কৰা বুলি দাবী কৰা দুজন পাইলটৰ এজন...

Page 4529 of 5975 1 4,528 4,529 4,530 5,975

Stay Connected

Recent News