• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লুইত সাঁতুৰিবলৈ সাজু সুদৃশ্য এম ভি শংকৰদেৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2019 11:22 am
কলকাতাৰ পৰা যাত্ৰা কৰাৰ সময়ত এম ভি শংকৰদেৱ

কলকাতাৰ পৰা যাত্ৰা কৰাৰ সময়ত এম ভি শংকৰদেৱ

411
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী আৰু উত্তৰ গুৱাহাটী বাসীৰ মাজৰ জলপথেৰে যাতায়ত ব্যৱস্থাক সুচল আৰু নিৰ্ভৰযোগ্য কৰি আজিৰ পৰা লুইতৰ বুকুত চলিব অত্যাধুনিক ৰ’ ৰ’ জাহাজ। গুৱাহাটীৰ মধ্যম খণ্ডত অনুষ্ঠিত হ’ব লগা উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিক ভাবে এই সেৱা যাত্ৰী সকলৰ বাবে মুকলি কৰিব। অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ লগতে উপস্থিত থাকিব পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।

ইতিমধ্যে কলকাতাৰ পৰা গুৱাহাটীত উপস্থিত হৈছে এম ভি শংকৰদেৱ নামৰ ৰ’ ৰ’ জাহাজখন। ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ তত্ত্বাৱধানত এ চি ৰয় এণ্ড কোম্পানী নামৰ কলকাতাৰ এটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছে এম ভি শংকৰদেৱ। ঘণ্টাত ৯ কিল’নট গতিবেগত যাত্ৰা কৰিব সামৰ্থ্য থকা জাহাজখনে ২০০ জন যাত্ৰী আৰু ১২ খন ট্ৰাক কঢ়িওৱাৰ ক্ষমতা আছে।

উল্লেখযোগ্য যে, বিগত বছৰত উত্তৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত নাও দুৰ্ঘটনাৰ পাছত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ব্ৰহ্মপুত্ৰৰ বুকুত যন্ত্ৰ চালিত নাৱৰ চলাচল বন্ধ কৰি দিছিল। যাৰফলত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত  জলপথেৰে দৈনিক যাত্ৰা কৰা হাজাৰ হাজাৰ যাত্ৰী যথেষ্ট অসুবিধাৰ সন্মুখিন হৈছিল। ব্ৰহ্মপুত্ৰৰ বুকুৰে চলিব লগা ৰ’ ৰ’ জাহাজকলৈ এতিয়া উত্তৰ গুৱাহাটী বাসী ৰাইজ যথেষ্ট আগ্ৰহী হৈ পৰিছে।

Recent News

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd