• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব সুৰা ট্ৰেজেডিৰ ভালেমান তথ্য

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
February 28, 2019 7:15 am
golaghat-hooch

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট জিলাত হোৱা সুৰা বিষক্ৰিয়া সন্দৰ্ভত আৰক্ষীয়ে কৰি থকা তদন্তৰ শীঘ্ৰে অন্ত পৰিব আৰু ইয়াৰ লগে লগে উক্ত ভয়ংকৰ কাণ্ডৰ অন্তৰালত লুকাই থকা বৃহৎ চক্ৰটো পোহৰলৈ আহিব, এই মন্তব্য কৰিছে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে।

গোলাঘাট আৰু যোৰহাট জিলাত বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱা ডেৰ শতাধিক লোকৰ চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে অব্যাহত ৰখা তদন্তৰ শীঘ্ৰে অন্ত পৰিব। তদন্তৰ অন্তত ঘটনাৰ লগত জড়িত থকা বৃহৎ চক্ৰটো পোহৰলৈ আহিব বুলি সংবাদমেলযোগে গোলাঘাট জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে কয়।

Apply Now

সংবাদ মেলত আৰক্ষী বিষয়াগৰাকীয়ে দিয়া তথ্য অনুসৰি যোৱা ২১ ফেব্ৰুৱাৰিৰ গধুলিৰ পৰা শালমৰা বাগিচাত আৰম্ভ হোৱা সৰ্ববৃহৎ সুৰা দুৰ্ঘটনাটোৰ সন্দৰ্ভত তদন্তৰ বাবে এগৰাকী উপ আৰক্ষী বিষয়াৰ নেতৃত্বত চাৰিজনীয়া তদন্ত গোট গঠন কৰা হৈছে। এতিয়ালৈ চলা সামগ্ৰিক তদন্ত প্ৰক্ৰিয়াত সুৰাৰ বিষক্ৰিয়াৰ অন্তৰালত লুকাই থকা বহু গুৰুত্বপূৰ্ণ তথ্য আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হয়। অনুসন্ধানৰ ভিত্তিত জিলাখনৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে ৪০ হাজাৰ লিটাৰ সুৰা ধ্বংস কৰিছে আৰু ৩৪ জন মানুহক গ্ৰেপ্তাৰ কৰিছে। এই সংক্ৰান্তত আৰু কেইবাজনো লোকক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে বুলি তেওঁ জানিবলৈ দিয়ে।

আনহাতে, ফৰেনছিক পৰীক্ষাগাৰৰ পৰা এতিয়ালৈ কোনো ধৰণৰ প্ৰতিবেদন প্ৰকাশ হোৱা নাই যদিও আৰক্ষীয়ে চুলাইত বিষাক্ত মিথানলৰ উপস্থিতিৰ বাবেই একেলগে ইমান সংখ্যক লোকৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে।

উল্লেখযোগ্য যে, কাঠৰ আচবাবত ব্যৱহাৰ কৰা থিনাৰ ,বাৰ্নিচ আদি প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্যবিধৰ ১০ মিলিমিটাৰ সেৱন কৰিলে এজন ব্যক্তিৰ মৃত্যু হ’ব পাৰে। সুৰাৰ বৃহৎ কাৰখানাত এই দ্ৰব্যবিধ উৎপাদন হয় আৰু তেলচুৰি চক্ৰৰ জৰিয়তে এই বিষাক্ত দ্ৰব্যবিধ অবৈধ সুৰা ঘাটিসমূহে সংগ্ৰহ কৰি অধিক নিচাযুক্ত সুৰা তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ কৰি অহা বুলিও আৰক্ষীয়ে সন্দেহ কৰিছে।

জিলাখনত মিথানলযুক্ত সুৰাৰ প্ৰচলন দীৰ্ঘদিন ধৰি হৈ থকাৰ লগতে তদন্তৰ অন্তত এই সকলোবোৰ তথ্য আৰু অধিক স্পষ্ট হৈ পৰিব আৰু মাৰাত্মক মিথানল ব্যৱসায়ৰ লগত জড়িত থকা বৃহৎ চক্ৰটোৰ  সকলো তথ্য ৰাজহুৱা হ’ব বুলি আৰক্ষী বিষয়াগৰাকীয়ে সংবাদমাধ্যমক অৱগত কৰে।

ঋতুপল্লৱ শইকীয়া

ঋতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd