DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীৰ সমষ্টিবাসীৰ বিশাল প্ৰতিবাদী সমদল; আমুৱাইছে মিছা প্ৰতিশ্ৰুতিয়ে; উম-ঘাম নাই যোৰহাট-মাজুলী সংযোগী দলঙৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
February 27, 2019 9:03 pm
Protest at Majuli

মাজুলীবাসীয়ে বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ উলিয়ায় ২৭ ফেব্ৰুৱাৰিত।

426
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সোণোৱাল আৰু বিজেপি দলৰ প্ৰতিশ্ৰুতিয়ে আমুওৱা মাজুলীৰ ৰাইজে আজি বিশাল প্ৰতিবাদ উলিয়ায় চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে। চৰকাৰৰ মিথ্যাচাৰৰ বিৰুদ্ধে মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ওলাই আহে মাজুলীবাসী।

প্ৰতিবাদী ৰাইজে অভিযোগ কৰে যে গাডকাৰীয়ে ৩ বছৰ পূৰ্বে স্থাপন কৰি যোৱা মাজুলী-যোৰহাট সংযোগী দলঙৰ আধাৰশিলা চাই চাই আমনি লাগিছে। যোৱা বিধানসভা নিৰ্বাচনৰ আগে আগে কেন্দ্রীয় মন্ত্ৰী নীতীন গাডকাৰিয়ে স্থাপন কৰিছিল দলংখনৰ আধাৰশিলা। তাৰ পিছত এতিয়ালৈকে একো উম-ঘাম নাই।

আনহাতে উন্নয়নৰ প্ৰতিশ্ৰুতি দি মাজুলীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিপুল ভোটত জয়ী হোৱা সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দিয়া প্ৰতিশ্ৰুতিবোৰ বৰ্তমানেও প্ৰতিশ্ৰুতি হৈয়ে থাকিল। অসমৰ মুখ্য মন্ত্ৰীজনে মাজুলী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ পিছতো সমষ্টিটোৰ কোনো পৰিৱৰ্তন, উন্নয়ন নহ’ল বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে।

কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ এনেকুৱা আভুৱা ভাঁৰা কামৰ বাবে মাজুলীৰ কমলাবাৰীত আজি সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোৰ লৈ চৰকাৰক শীঘ্ৰে মাজুলী-যোৰহাট সংযোগী দলংখন নিৰ্মাণ আৰম্ভ কৰাৰ দাবী তোলে।

Recent News

বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনলৈ পুতৌ লাগে, তিনিবাৰ জিকাৰ পিছতো নাপালে মন্ত্ৰিত্ব: ৰাণা গোস্বামী

বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনলৈ পুতৌ লাগে, তিনিবাৰ জিকাৰ পিছতো নাপালে মন্ত্ৰিত্ব: ৰাণা গোস্বামী

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd