NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

d92ecd43-6a5f-4192-a711-6949f329760f

নগাঁৱৰ দুজন সাংবাদিকক “সাংবাদিক চিকিৎসা কল্যাণ আঁচনিৰ” চেক প্ৰদান

সাংবাদিক চিকিৎসা কল্যাণ আঁচনিৰ অধীনত শুকুৰবাৰে নগাঁৱত দুজন সাংবাদিকক চিকিৎসা সেৱা গ্ৰহনৰ আৰ্থিক সাহাৰ্য্যৰ চেক প্ৰদান কৰা হয়।নগাঁও জিলা উপায়ুক্তৰ...

বিদেশী গৱেষকে চালেহি অভিনৱ পদ্ধতিৰে হাল নোবোৱাকৈ অসমৰ খেতিয়কে কৰা আলু খেতি

বিদেশী গৱেষকে চালেহি অভিনৱ পদ্ধতিৰে হাল নোবোৱাকৈ অসমৰ খেতিয়কে কৰা আলু খেতি

অসমৰ খেতিয়কে অভিনৱ পদ্ধতিৰে কৰা নতুন সঁচৰ আলু খেতিৰ মূল্যায়ন কৰিলে য়ুৰোপৰ পৰা অহা গৱেষকে। কলিয়াবৰৰ মাধতাৰি অঞ্চলৰ তোষেশ্বৰ বৰা,...

Agri aid distributed among farmers under CM scheme in Assam's Sivasagar

মুখ্য মন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ অধীনত শিৱসাগৰত কৃষকক অনুদান বিতৰণ

শিৱসাগৰ জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ উদ্যোগত শুকুৰবাৰে অসম চৰকাৰৰ এক অভিলাষী আঁচনি 'মুখ্য মন্ত্ৰী কৃষি সা-সঁজুলি যোজনা'ৰ শুভ উদ্বোধন...

চুলাইমদৰ বিষক্ৰিয়াত মৃতকৰ সংখ্যা ২৫জনলৈ বৃদ্ধি; চৰম অৱহেলাৰে চিকিৎসালয়ৰ বাহিৰত মুকলি আকাশৰ তলতে পেলাই ৰাখিছে মৃতদেহ

গোলাঘাটৰ চুলাই মদত বিষক্ৰিয়া ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰী সোণোৱালৰ

গোলাঘাট জিলাত বিষাক্ত সুৰাপান কৰি মহিলাসহ কেইবাগৰাকী লোকৰ মৃত্যুত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্য মন্ত্ৰী গৰাকীয়ে...

অগপই আমাৰ লগত ডিভ’ৰ্চ  কৰি গৈছে, পুনৰ মিত্ৰতা হ’ব নোৱাৰে: কামাখ্যা প্ৰসাদ তাচা

অগপই আমাৰ লগত ডিভ’ৰ্চ কৰি গৈছে, পুনৰ মিত্ৰতা হ’ব নোৱাৰে: কামাখ্যা প্ৰসাদ তাচা

'অগপই আমাৰ লগত ডিভ'ৰ্চ কৰি গৈছে, পুনৰ মিত্ৰতা হ'বটো নালাগে।' এই মন্তব্য কৰে যোৰহাট লোকসভা সমষ্টিৰ সংসদ কামাখ্যা প্ৰসাদ তাচাই।...

'English' may vanish from Assam police uniforms

অসম আৰক্ষীৰ পোচাকত বিলুপ্তিৰ গ্ৰাসত ইংৰাজী ভাষা

অসম আৰক্ষীৰ পোচাকৰ পৰা বিলুপ্ত হ’ব ইংৰাজী ভাষা! আৰক্ষী সঞ্চালকপ্ৰধান তথা সাহিত্যিক কুলধৰ শইকীয়াই অসম সাহিত্য সভাক শুকুৰবাৰে দিয়া “আশ্বাস”...

Asom Sahitya Sabha meets DGP Kuladhar Saikia

ভাষাক লৈ শেনৰ এজাত সাহিত্য সভা, কাষ চাপিল আৰক্ষী সঞ্চালকপ্ৰধানৰ

ৰাজ্য ভাষা আইন অনুসৰি অসমত অসমীয়াকে ধৰি সংশ্লিষ্ট ভাষাসমূহৰ উপযুক্ত প্ৰয়োগৰ দাবীত সৰৱ হৈ অহা সাহিত্য সভা এইবাৰ কাষ চাপিছে...

CityBus

মহানগৰীত চিটীবাছৰ নতুন পথ নিৰ্দেশনা; ২২ টা পথৰ সলনি চলিব ৩৬ টা পথত

মহানগৰীত চিটী বাছৰ নতুন পথ নিৰ্দেশনা জাৰি কৰিছে অসম ৰাজ্যিক পৰিবহণ বিভাগে। এই নতুন নিৰ্দেশনা মতে ইতিমধ্যে থকা পথ নিৰ্দেশনাৰ...

MOSR(G) Rajen Gohain flagged off the 15629 / 15630 Silghat - Tambaram Express from Nagaon station today

শিলঘাট এক্সপ্ৰেছৰ যাত্ৰাৰম্ভ, দক্ষিণ ভাৰতলৈ আহ-যাহ সুচল হ’ব অসমবাসীৰ

নগাওঁ আৰু দক্ষিণ ভাৰতৰ মাজত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে পোনপটীয়া ৰে’ল যোগাযোগ। ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে নগাওঁ ষ্টে’চনত পতাকা জোকাৰি...

নাগৰিকত্ব সংশোধনী বিধেয়কক ভাৰতৰ নিৰ্বাচনী এজেণ্ডা আখ্যা দিলে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই

নাগৰিকত্ব সংশোধনী বিধেয়কক ভাৰতৰ নিৰ্বাচনী এজেণ্ডা আখ্যা দিলে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই

বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাই ভাৰত চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত  কৰিবলৈ লোৱা সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। লোকসভাত বিধেয়কখন...

Page 4542 of 5977 1 4,541 4,542 4,543 5,977

Stay Connected

Recent News