• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিলঘাট এক্সপ্ৰেছৰ যাত্ৰাৰম্ভ, দক্ষিণ ভাৰতলৈ আহ-যাহ সুচল হ’ব অসমবাসীৰ

বাতৰিটোৰ শেষলৈ থকা লিংকত ক্লিক কৰি পাব পাৰিব ৰে’লখন ৰ’ব লগা ষ্টে’চনসমূহ, সময়সূচী ইত্যাদি।

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 8, 2019 3:43 pm

1 min read

MOSR(G) Rajen Gohain flagged off the 15629 / 15630 Silghat - Tambaram Express from Nagaon station today

শুকুৰবাৰে নগাওঁ ৰে’ল ষ্টে’চনত শিলঘাট এক্সপ্ৰেছৰ পতাকা জোকাৰি উদ্বোধন ৰাজেন গোহাঁইৰ। ছবি সৌজন্য-- টুইটাৰ।

879
VIEWS
Share on FacebookShare on Twitter

নগাওঁ আৰু দক্ষিণ ভাৰতৰ মাজত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে পোনপটীয়া ৰে’ল যোগাযোগ।

ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে নগাওঁ ষ্টে’চনত পতাকা জোকাৰি শুকুৰবাৰে মুকলি কৰে শিলঘাট ষ্টে’চনৰ পৰা তামিলনাডুৰ তাম্বাৰামলৈকে চলিব লগা শিলঘাট এক্সপ্ৰেছ।

সপ্তাহৰ প্ৰতি শুকুৰবাৰে পুৱা ৮:৩০ বজাত যাত্ৰা আৰম্ভ কৰিব লগা শিলঘাট এক্সপ্ৰেছে (নং ১৫৬৩০) খনে তিনিদিনত অতিক্ৰম কৰিব প্ৰায় ৩হাজাৰ কিঃমিঃ যাত্ৰাপথ।

তাম্বাৰামৰ পৰা সপ্তাহৰ প্ৰতি সোমবাৰে ৰাতি ৯:৪৫ত অসম অভিমুখে যাত্ৰা আৰম্ভ কৰিব এক্সপ্ৰেছখনে (নং ১৫৬২৯)।

ৰে’লখনে মূলতঃ অসমৰ যাত্ৰীসকলৰ বিশেষ সুবিধা কৰিব বুলি আশা কৰিব পাৰি। অসমত দক্ষিণ ভাৰতৰ ব্যক্তিৰ সংখ্যা সীমিত হোৱাৰ বিপৰীতে ৰাজ্যৰ বৃহৎসংখ্যক যুৱক তামিলনাদু, কেৰালাত কৰ্মৰত হৈ আছে।

MOSR(G) Rajen Gohain flagged off the 15629 / 15630 Silghat – Tambaram Express from Nagaon station today. Central Assam got connected to South India fulfilling a long demand of people. pic.twitter.com/8SG859ChS9

— N. F. Railway (@RailNf) February 22, 2019

দ্বিতীয়তে ফুৰিবলৈ যোৱা লোকৰ উপৰি উন্নত চিকিৎসা গ্ৰহণৰ বাবেও বছৰ বছৰ ধৰি অসমকে ধৰি উত্তৰ-পূবৰ ৰোগী চেন্নাই আৰু ভেল’ৰমুখী হয়।

ৰে’লখন ৰ’ব লগা ষ্টে’চনসমূহ জানিবলৈ ইয়াত ক্লিক কৰক

এন এফ ৰে’লৱে’ই টুইটাৰযোগে ৰে’লখন নগাওঁ এক্সপ্ৰেছ বুলি জনাইছে যদিও আই আৰ চি তি চিৰ পৰ্তেলত ইয়াৰ নাম শিলঘাট এক্সপ্ৰেছ বুলিয়ে উল্লেখ কৰিছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd