• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাষাক লৈ শেনৰ এজাত সাহিত্য সভা, কাষ চাপিল আৰক্ষী সঞ্চালকপ্ৰধানৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2019 7:47 pm
Asom Sahitya Sabha meets DGP Kuladhar Saikia

শুকুৰবাৰে আৰক্ষী সঞ্চালকপ্ৰধানক সাহিত্য সভাৰ সাক্ষাতৰ ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য ভাষা আইন অনুসৰি অসমত অসমীয়াকে ধৰি সংশ্লিষ্ট ভাষাসমূহৰ উপযুক্ত প্ৰয়োগৰ দাবীত সৰৱ হৈ অহা সাহিত্য সভা এইবাৰ কাষ চাপিছে আৰক্ষী সঞ্চালকপ্ৰধানৰ।

শুকুৰবাৰে আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াক সাক্ষাৎ কৰি সভাৰ এটা প্ৰতিনিধি দলে বিভাগটোত ভাষাৰ উপযুক্ত প্ৰয়োগৰ দাবী জনাইছে।

Apply Now

“অসমৰ সকলো আৰক্ষী কাৰ্য্যালয়ত অসমৰ ভাষা নীতিমতে ব্ৰহ্মপুত্ৰ উপত্যকাত সংযোগী অসমীয়া ভাষা, বড়ো স্বায়ত্ত শাসিত এলেকাত বড়ো-অসমীয়া ভাষা, পাৰ্বত্য এলেকাত ইংৰাজী-অসমীয়া আৰু বৰাক উপত্যকাত বাংলা-অসমীয়া ভাষা যথাযথভাৱে ব্যৱহাৰ কৰাৰ আহ্বান জনায়,” সভাৰ বিবৃতি।

সভাই লগতে কয়, “আৰক্ষীৰ সকলো প্ৰকাৰৰ নিয়োগৰ লিখিত সাক্ষাৎকাৰত ৫০ শতাংশ অসমৰ মাতৃভাষা আৰু ৫০ শতাংশ চৰকাৰী ভাষা-নীতিমতে প্ৰশ্নোত্তৰ বাধ্যতামূলক কৰা, অসম আৰক্ষীৰ অভ্যন্তৰীণ সকলোপ্ৰকাৰৰ কাম-কাজত বিশেষকৈ গোচৰ লিপিবদ্ধ কৰাত, জৱানবন্দী লিখাত, পোছাকত আৰু নিজৰ নামফলকত তথা যিকোনো ধৰণৰ আৰক্ষীৰ কাম-কাজত চৰকাৰী ভাষাৰ যথোপযুক্ত প্ৰয়োগ কৰাৰ দাবী জনোৱা হয়।”

আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই মাতৃভাষা প্ৰয়োগৰ বিষয়টো গুৰুত্বসহকাৰে লৈ ৰাজ্যখনৰ আৰক্ষী বিভাগত বলবৎ কৰাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰিছে, সভাৰ মন্তব্য।

লগতে পঢ়ক– অসমীয়াত লিখক, নহ’লে ৰাজহুৱাকে পুৰি পেলাম চিঠি: অসম চৰকাৰক সকীয়নি সাহিত্য সভাৰ

“আৰক্ষী-ৰাইজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ মূল আৰু শক্তিশালী মাধ্যম মাতৃভাষা। অসম আৰক্ষীয়ে সমগ্ৰ বিষয়টো আন্তৰিকতাপূৰ্ণভাৱে আগবঢ়াই নিব,” সঞ্চালকপ্ৰধান শইকীয়াৰ আশ্বাসৰ এই উদ্ধৃতি সাহিত্য সভাৰ।

গুৱাহাটীৰ উলুবাৰীস্থিত আৰক্ষী সঞ্চালকপ্ৰধানৰ কক্ষত অনুষ্ঠিত বৈঠকত সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, প্ৰধান সম্পাদক পদুম ৰাজখোৱা, মাতৃভাষা আৰু ৰাজ্যভাষা প্ৰয়োগ উপ-সমিতিৰ আহ্বায়ক হৃদয়ানন্দ গগৈ, ডিব্ৰুগড় আঞ্চলিক কাৰ্য্যালয়ৰ সম্পাদক আদিত্য শইকীয়া, সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞাৰ উপৰি আৰক্ষী মহা পৰিদৰ্শক (বিশেষ শাখা) হীৰেন নাথ, উপ-আৰক্ষী মহাপৰিদৰ্শক (প্ৰশাসন) দিগন্ত বৰা, উপ-আৰক্ষী মহাপৰিদৰ্শক (আইন-শৃংখলা) অৰৱিন্দ কলিতা, সহকাৰী আৰক্ষী মহাপৰিদৰ্শক (আইন-শৃংখলা) কৃষ্ণ দাস, অসম আৰক্ষীৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ৰাজীৱ শইকীয়া উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd