• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়াত লিখক, নহ’লে ৰাজহুৱাকে পুৰি পেলাম চিঠি: অসম চৰকাৰক সকীয়নি সাহিত্য সভাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2019 11:03 pm
Parama Nanda

অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী। ফটো: নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক ২১ ফেব্ৰুৱাৰি “বিশ্ব মাতৃভাষা দিৱস”এই অন্তিম সীমা। ইয়াৰ পিছত ৰাজ্যভাষা আইন মানি অসমীয়া ভাষাত নিলিখিলে চৰকাৰী চিঠি, পত্ৰ পুৰি পেলাব সাহিত্য সভাই।

“যদি চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰে, অৰ্থাৎ ৰাজ্যভাষা আইন অনুসৰি যদি ভাষা ব্যৱহাৰ নকৰে, তেন্তে তেনে চৰকাৰী নথি-পত্ৰ সাহিত্য সভাই ৰাজহুৱাভাৱে দাহ কৰাৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব,” শুকুৰবাৰে অসম চৰকাৰক এই কঠোৰ সকীয়নি সভাৰ।

Apply Now

ৰাজ্যৰ সকলো প্ৰশাসনীয় কামত অসমীয়া ভাষা ব্যৱহাৰ নকৰিলে চৰকাৰক দায়ী কৰা হ’ব বুলিও ঘোষণা কৰিছে সভাই।

“২১ ফেব্ৰুৱাৰিৰ পৰা চৰকাৰী পক্ষসমূহে চৰকাৰী ভাষা-নীতিত স্পষ্টকৈ উল্লেখ থকা অনুসৰি চৰকাৰী নিৰ্দেশ, প্ৰত্যুত্তৰ, জাননী, টোকা আদি প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা অসম ৰাজ্যভাষা আইন (১৯৬০) অমান্য কৰাৰ অপৰাধত চৰকাৰক দায়ী কৰা হ’ব,” সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাৰ বিবৃতি।

অসমত ৰাজ্যভাষা আইন কাৰ্যকৰীকৰণৰ বাবে সভাই ব্যাপক তৎপৰতা অৱলম্বন কৰিছে বুলিও জনায় নেতৃত্বই।

সভাই লগতে কয় যে অসমৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষা, বড়ো স্বায়ত্ত শাসিত এলেকাত বড়ো-অসমীয়া ভাষাত আৱেদন, চৰকাৰী টোকা লেখাটো বাধ্যতামূলক কৰাত গুৰুত্ব আৰোপ কৰিছে। অসমৰ বাহিৰৰ আওতাত ইংৰাজী-হিন্দী ভাষা ব্যৱহাৰ কৰাৰ লগতে বৰাক উপত্যকাত বাংলা-অসমীয়া, পাৰ্বত্য এলেকাত ইংৰাজী-অসমীয়া ব্যৱহাৰ কৰিবলৈও আহ্বান জনাইছে।

তাৰোপৰি অসমৰ চৰকাৰী-বেচৰকাৰী যিকোনো চাকৰিত মাতৃভাষাৰ জ্ঞান বাধ্যতামূলক কৰিবই লাগিব বুলি স্পষ্ট কৰি দিছে সভাই।

“গোলকীকৰণৰ এই সময়ছোৱাত কেৱল ইংৰাজী ভাষাটোৰ জৰিয়তে উচ্চ শিক্ষা আহৰণৰ সুযোগ দিয়াৰ বাবেই মাতৃভাষা বা চৰকাৰী শিক্ষানুষ্ঠানলৈ চৰম প্ৰত্যাহ্বান আহি পৰিছে,” সভাৰ মত।

চতুৰ্থ শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণীলৈকে যিকোনো চাকৰিত ৫০ নম্বৰ মাতৃভাষা আৰু ৫০ নম্বৰ চৰকাৰী ভাষা-নীতিমতে প্ৰশ্নোত্তৰ বাধ্যতামূলক কৰিলেহে নিজ নিজ মাতৃভাষা শিকিবলৈ সকলো বাধ্য হ’ব, সভাৰ মত।

সভাই লগতে কয় যে এনে কৰিলে ইংৰাজী মাধ্যমৰ বিদ্যালয় কৰ্তৃপক্ষই মাতৃভাষা শিক্ষণৰ ক্ষেত্ৰত সংশ্লিষ্ট বিষয়ৰ শিক্ষক নিযুক্তি দিবলৈ বাধ্য হ’ব, ফলস্বৰূপে চৰকাৰী বিদ্যালয় আৰু মাতৃভাষাৰ বিদ্যালয়সমূহে নতুনকৈ প্ৰাণ পাই উঠিব।

জম্মু-কাশ্মীৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত জোৱানসকলৰ মৃত্যুতো অসম সাহিত্য সভাই শোক প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd