শান্তি সমদলত পাকিস্তান জিন্দাবাদ শ্লোগান দিয়া বাতৰি খণ্ডন জামিয়া ইছলামীয়া জালালীয়া মাদ্ৰাছাৰ
হোজাইৰ জামিয়া ইছলামীয়া জালালীয়া মাদ্ৰাছাই কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ চহিদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে ১৮ ফেব্ৰুৱাৰিত উলিওৱা শান্তি সমদলত...