• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আৰক্ষীত সাল-সলনি; চি আই ডিৰ আৰক্ষী অধীক্ষক পদলৈ লীনা দলে

by
February 21, 2019 10:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসম আৰক্ষীত ব্যাপক সালসলনি কৰা হৈছে। এই অনুসৰি ডিচিপি (চেণ্ট্ৰেল) ৰঞ্জন ভূঞাক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ এআইজি(আৰ) পদলৈ বদলি কৰা হৈছে। একেদৰে মাজুলীৰ এ এছ পি লীনা দলেক চি আই ডিৰ এছ পি পদলৈ, ষষ্ঠ এ পি বি এনৰ কমাণ্ডেণ্ট প্ৰতাপ সিনহাক ১৫নং এ পি (আই আৰ) বি এনৰ কমাণ্ডেণ্ট ৰূপে, ১৫নং এ পি (আই আৰ) বি এনৰ কমাণ্ডেণ্ট সঞ্জীৱ শেখৰ ৰয়ক বদলি কৰা হৈছে ষষ্ঠ এ পি বি এনৰ কমাণ্ডেণ্ট ৰূপে।

প্ৰথম এ এফ পি এফ বি এনৰ কমাণ্ডেণ্ট মিহিৰ গোস্বামীক ডিব্ৰুগড়ৰ এফ আৰ আৰৰ এছ পি ৰূপে, ১৯ সংখ্যক এ পি (আই আৰ) বি এনৰ কমাণ্ডেণ্ট মুছলেফ উদ্দিন আহমেদক ২২ নম্বৰৰ এপিবিএন (আৰ)ৰ কমাণ্ডেণ্ট ৰূপে, এ পি (আই আৰ) বি এনৰ কমাণ্ডেণ্ট জিতেন্দ্ৰ কুমাৰ দলেক দ্বিতীয় এএফপিএফ লৈ, ২০ নং এপি(আই আৰ) বিএনৰ কমাণ্ডেণ্ট শান্তনু শৰ্মা পাঠকক ১৪নং এপিবিএনৰ কমাণ্ডেণ্ট ৰূপে, দৰঙৰ এএছপি সত্যজিৎ নাথক যোৰহাটৰ এফআৰআৰঅ’ৰ এছ পি ৰূপে, নগাঁৱৰ এএছপি ৰিপুল দাসক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ এ আই জি (এল)লৈ, কোকৰাঝাৰৰ এ এছ পি কে কে গুপ্তাক গুৱাহাটীৰ এফ আৰ আৰ অ’ৰ এছ পি পদলৈ বদলি কৰা হৈছে।

Apply Now

নলবাৰীৰ এএছপি সুৰেন মাছাৰীক বঙাইগাঁৱৰ এফ আৰ আৰ অ’ৰ এছ পি ৰূপে, শিৱসাগৰৰ এ এছ পি পত্ৰিক ৰংহাঙক শিলচৰৰ এফ আৰ আৰ অ’ৰ এছ পি ৰূপে, এ ডি চি পি (বি) মিৰাণ্ডা কাদম ইংতিপীক নগাঁৱৰ এফ আৰ আৰ অ’ৰ এছ পি ৰূপে, চি আই ডিৰ এছ পি পবীন্দ্ৰ কুমাৰ নাথক মানৱ অধিকাৰ আয়োগৰ এছ পি ৰূপে, ১৮নং এপিবিএনৰ কমাণ্ডেণ্ট বিজয়গিৰি কুলিগ্ৰামক ২৬ নং এ পি (আই আৰ) বি এনৰ কমাণ্ডেণ্ট ৰূপে, দ্বিতীয় এ পি টি এফৰ কমাণ্ডেণ্ট ধৰ্মেন্দ্ৰ কুমাৰ দাসক ডি চি পি (চেণ্ট্ৰেল) ৰূপে, ১৪ নং এ পি বি এনৰ কমাণ্ডেণ্ট দেৱেন্দ্ৰ ডেকাক ১৯ নং এপি(আই আৰ) বিএনৰ কমাণ্ডেণ্ট ৰূপে, দক্ষিণ শালমৰাৰ এ এছ পি ৰাজমোহন ৰয়ক ৯নং এপিবিএনৰ কমাণ্ডেণ্ট ৰূপে বদলি কৰা হৈছে।

হোজাইৰ এছপি আজাগ্ৰন বসুমতাৰীক ৮নং এপিবিএনৰ কমাণ্ডেণ্টৰ দায়িত্ব, দিল্লীৰ অসম ভৱনৰ এএছপি বুধিন্দ্ৰ নাথ মৰাঙক ডিচিপি (অভিযান) ৰূপে, এডিচিপি (এছ) ডম্বৰুধৰ হাজৰিকাক ২০নং এপি (আই আৰ) বি এনৰ কমাণ্ডেণ্ট ৰূপে, কমাণ্ডো বেটেলিয়নৰ ডেপুটী কমাণ্ডেণ্ট মণ্টু ঠাকুৰীয়াক প্ৰথম এএফপিএফ বেটেলিয়নৰ কমাণ্ডেণ্ট ৰূপে, এফ আৰ আৰ অ’ৰ ভূপেন্দ্ৰনাথ হাজৰিকাক আৰক্ষী কমাণ্ডেণ্ট প্ৰশিক্ষণ কেন্দ্ৰলৈ বদলি কৰা হৈছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd