DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত ৱৰেন্ত নোহোৱাকৈ গ্ৰেপ্তাৰ কৰিব পাৰিব আছাম ৰাইফলছে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 21, 2019 8:57 pm
Now Assam Rifles have power to arrest and search without warrant in Northeast

প্ৰতীকী ছবি।

1k
VIEWS
Share on FacebookShare on Twitter

অসমকে ধৰি উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ডত আছাম ৰাইফলছক ৱৰেন্তবিহীনভাৱেই কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা বা কোনো ঠাইত তালাচী চলোৱাৰ কৰ্তৃত্ব প্ৰদান কৰিছে কেন্দ্ৰই।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ জাননী মতে, “আছাম ৰাইফলছৰ নিম্নতম পদবী পৰ্য্যন্ত এজন বিষয়াক অপৰাধ পদ্ধতি বিধি (CrPC)ৰ অধীনত এই ক্ষমতাসমূহ প্ৰদান কৰা হৈছে।”

জাননীখনত লগতে কোৱা হৈছে যে ৰাজ্যকেইখনৰ সীমামূৰীয়া জিলাকেইখনত স্থানীয় সীমাবদ্ধতাৰ ভিতৰত চি আৰ পি চিৰ ধাৰা ৪১ৰ ১ উপধাৰা আৰু ৪৭, ৪৮, ৪৯, ৫১, ৫৩, ৫৪, ১৪৯, ১৫০, ১৫১ আৰু ১৫২ ধাৰাৰ অধীনত আছাম ৰাইফলছে এই ক্ষমতাসমূহৰ প্ৰয়োগ আৰু তেওঁলোকৰ কৰ্তব্য পালন কৰিব।

১৮৩৫ চনত গঠিত আছাম ৰাইফলছ ভাৰতৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী।

মুঠ ৬৩৭৪৭গৰাকী পাৰ্চনেলেক লৈ বৰ্তমান বাহিনীটোত ৪৬টা বেতেলিয়ন আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ অধীনত বাহিনীটো পৰিচালিত হয়।

Recent News

GIMT Guwahati

জি আই এম টি, গুৱাহাটীত পিচিবি ফেব্ৰিকেচন, 3D প্ৰিণ্টিং আৰু স্কেনিঙৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ আয়োজন

Kerala to London on bicycleচাইকেলেৰে কেৰালাৰ পৰা লণ্ডনলৈ ৩০,০০০ কিলোমিটাৰৰ  যাত্ৰা! ৪৫০ দিনত উপস্থিত হ’ব লণ্ডনত

Kerala to London on bicycleচাইকেলেৰে কেৰালাৰ পৰা লণ্ডনলৈ ৩০,০০০ কিলোমিটাৰৰ যাত্ৰা! ৪৫০ দিনত উপস্থিত হ’ব লণ্ডনত

Durand Cup 2022

আৰম্ভ হ’ল ডুৰাণ্ড কাপ, ২০২২: উদ্বোধনী মেচত এফ চি গোৱাৰ বিৰুদ্ধে ৩-১ ব্যৱধানত জয় মহমেদান স্প’ৰ্টিঙৰ

maharashtra train accident

মহাৰাষ্ট্ৰত ৰেল দুৰ্ঘটনা: মালবাহী ৰেলত খুন্দা যাত্ৰীবাহী ৰেলৰ, আহত ৫০ গৰাকী যাত্ৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd