হিন্দু-মুছলমানৰ সমন্বয়েৰে ৰহাত ৬জানুৱাৰিৰ পৰা দহদিনীয়া ভোগালী বিহু উৎসৱ
ৰাজ্যৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান সাৰেগামা সুৰবাহিনীয়ে এইবাৰ নগাঁৱত অহা ৬ৰ পৰা ১৫ জানুৱাৰিলৈকে 'ভোগালী উৎসৱ, ২০১৯' আয়োজন কৰিবলৈ লৈছে।...
ৰাজ্যৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান সাৰেগামা সুৰবাহিনীয়ে এইবাৰ নগাঁৱত অহা ৬ৰ পৰা ১৫ জানুৱাৰিলৈকে 'ভোগালী উৎসৱ, ২০১৯' আয়োজন কৰিবলৈ লৈছে।...
এক খন্তেকিয়া বিৰতিৰ পিছত ৰাজ্যত পুনৰ বৃদ্ধি পালে পে'ট্ৰল আৰু ডিজেলৰ মূল্য। কালি অৰ্থাৎ ১৬ ডিচেম্বৰৰ মাজনিশাৰ পৰা এই মূল্যবৃদ্ধি কাৰ্যকৰী...
দেওবাৰে শিৱসাগৰৰ দিচাংমুখৰ অফলা ঘাটত ব্ৰহ্মপুত্ৰত পৰি সলিল সমাধি ঘটা দুই যুৱতীৰ সন্ধান বৰ্তমানলৈকে পোৱা নাই। ফলত আজি পুৱা প্ৰায়...
শৰীৰ সুস্থ থাকিলে হে মন সুস্থ থাকিব আৰু তেতিয়া হে আপুনি নতুন উদ্দ্যমেৰে জীৱন বাটত আগুৱাব পাৰিব। নিজৰ শৰীৰটোক সুস্থ...
ফুটবলৰ পৰিৱেশ ৰচনাৰ লক্ষ্যৰে কালি অৰ্থাৎ দেওবাৰৰ পৰা গুৱাহাটী নেহৰু ষ্টেডিয়ামত গ্ৰেটাৰ গুৱাহাটী বেবী লীগ আৰম্ভ হৈছে। মিজোৰাম আৰু মেঘালয়ৰ পিছতে সৰ্বভাৰতীয় ফুটবল...
চৰাইদেউ জিলাৰ সোণাৰীৰ সমীপৰ অসম-অৰুণাচল সীমান্তৰ কানুবাৰীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফ আৰু চৰাইদেউ জিলা আৰক্ষীয়ে...
নতুন বছৰৰ প্ৰথম মাহ জানুৱাৰীৰ ৯ তাৰিখে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শিক্ষক সমাৰোহেৰে কঁপাই তুলিব সমগ্ৰ গুৱাহাটী। প্ৰথমিক শিক্ষকৰ ১০...
যোৰহাট জিলাৰ টীয়ক থানাৰ অন্তৰ্গত জাঁজী হাঁহচৰা অঞ্চলত যোৱা কিছুদিন ধৰি গৰুচোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে। আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবে বৃদ্ধি পোৱা...
অসমীয়া চেনেল 'ৰামধেনু'ত চলি থকা চুপাৰষ্টাৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ পাৰফৰ্মাৰ হিচাপে চূড়ান্ত ৰাউণ্ডত উপনীত হৈ সম্ভাৱনাৰ পৰিচয় দাঙি ধৰাৰ লগতে সত্ৰনগৰী...
অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ ১৪৭ সংখ্যক ওপজা দিন কেন্দ্ৰীয়ভাৱে উদযাপন কৰিছে তেজপুৰৰ বাণ থিয়েটাৰে। উল্লেখযোগ্য যে...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd