• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৪ ঘণ্টাৰ পাছতো উদ্ধাৰ কৰিব পৰা নাই দিচাংমুখৰ ব্ৰহ্মপুত্ৰত সলিল সমাধি ঘটা দুই যুৱতীক

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , December 17, 2018 2:41 pm

1 min read

সলিল সমাধি ঘটা দুই যুৱতী
845
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে শিৱসাগৰৰ দিচাংমুখৰ অফলা ঘাটত ব্ৰহ্মপুত্ৰত পৰি সলিল সমাধি ঘটা দুই যুৱতীৰ সন্ধান বৰ্তমানলৈকে পোৱা নাই। ফলত আজি পুৱা প্ৰায় ৮ বজাৰ পৰা পুনৰ এছ ডি আৰ এফৰ তিনিজনীয়া দল এটাই ডুবাৰুসহ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে দেওবাৰে পূজা সামগ্ৰী পেলাবলৈ আহি ব্ৰক্ষ্মপুত্ৰৰ গৰাৰ পৰা পিছল খাই পৰি সলিল সমাধি ঘটিছিল দিচাংমুখ অফলা গাঁৱৰ কালমন ছেত্ৰীৰ ১৭ বছৰীয়া কন্যা অঞ্জলি ছেত্ৰী আৰু দিচাংমুখত  বিয়া খাবলৈ অহা ডুমডুমাৰ ফিল’বাৰীৰ আৰতি ছেত্ৰীৰ। দুয়োগৰাকী ছাত্ৰী উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী আছিল।

ইফালে ঘটনা সংঘটিত হোৱা ২৪ ঘণ্টা অতিক্ৰম কৰাৰ  পাছতো দুযোগৰাকী যুৱতীক উদ্ধাৰ কৰিব নোৱাৰাত যুৱতী দুগৰাকীৰ পৰিয়ালৰ লোক শোকত ভাগি পৰিছে।

আনহাতে দিচাংমুখৰ ড০ বি আৰ আম্বেদকাৰ জুনিয়ৰ কলেজৰ অতি অমায়িক ছাত্ৰী অঞ্জলি ছেত্ৰী আৰু আলহি খাবলৈ অহা আৰতি ছেত্ৰীৰ মৃত্যুত সমগ্ৰ দিচাংমুখ অঞ্চলত শোকৰ ছাঁ পৰিছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd