• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিন্দু-মুছলমানৰ সমন্বয়েৰে ৰহাত ৬জানুৱাৰিৰ পৰা দহদিনীয়া ভোগালী বিহু উৎসৱ

মিন্টু দাস by মিন্টু দাস
December 17, 2018 1:00 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান সাৰেগামা সুৰবাহিনীয়ে এইবাৰ নগাঁৱত অহা ৬ৰ পৰা ১৫ জানুৱাৰিলৈকে ‘ভোগালী উৎসৱ, ২০১৯’ আয়োজন কৰিবলৈ লৈছে।

দহদিনীয়া কাৰ্যসূচীৰে নগাঁও জিলাৰ ৰহাৰ নিকটৱৰ্তী থেকেৰাগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ আমনিশালী কৃষ্টি সমন্বয় ক্ষেত্ৰত আয়োজন কৰা এই ভোগালী উৎসৱত ৰাইজক বহিঃৰাজ্যত প্ৰস্তুত কৰা বিভিন্ন ভেজাল সামগ্ৰীৰ পৰিৱৰ্তে ভোগালী খাদ্য সামগ্ৰীৰ প্ৰকৃত সোৱাদ দিয়াৰ লক্ষ্য স্থিৰ কৰিছে আয়োজকসকলে।

Apply Now

স্থানীয় কেবাটাও সংগঠনৰ সহযোগত আয়োজন কৰা এই ভোগালীত বিভিন্ন সামাজিক সংগঠন, আত্মসহায়ক গোটে প্ৰস্তুত কৰা খাটি দৈ, চিৰা-পিঠা, স্থানীয় বিলৰ মাছ, হাঁহ, ছাগলী আৰু ঘৰুৱাভাৱে উৎপাদিত শাক-পাছলি আদিকে ধৰি সকলো খাদ্য সামগ্ৰী সুলভ মূল্যত যোগান ধৰাৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।

সাৰেগামা সুৰ বাহিনীৰ সঞ্চালক সোণমনি দত্তই কালি এক সংবাদমেলত কয় যে সম্প্ৰতি অসমত বিভেদ-বৈষম্য‌ বিৰাজ কৰিছে। যাৰ বাবে এই ভোগালী উৎসৱৰ এই কাৰ্যসূচীৰ মাজেৰে হিন্দু-মুছলমানৰ সু-সমন্বয় গঢ়ি তোলাৰ বাবে সকলোৱে লগেভাগে এসাজ ভোজভাতৰ আয়োজন কৰা হৈছে।

ইয়াৰ উপৰি এই দিনকেইটাত ‘সাৰেগামা সুৰ বাহিনী’ আৰু ‘আমাৰ বনানী’ৰ উদ্যোগত আমনিশালী গাঁৱৰ প্ৰতিঘৰতে ১০০১ জোপা নিমগছ আৰু চন্দন গছ ৰোপণ কৰা কৰাৰ লগতে ভেলাঘৰ চাবলৈ অহা প্ৰতিগৰাকী লোককে একোটাকৈ গছপুলি উপহাৰ দিয়া হ’ব বুলি জানিবলৈ দিয়ে।

আনহাতে ভোগালী উৎসৱস্থলীত জ্বলোৱা হ’ব ১১টাকৈ মেজি। প্ৰতিটো মেজিত প্ৰতিকী হিচাপে নামাকৰণ কৰা হ’ব দুৰ্নীতি, ভ্ৰষ্টাচাৰ, শোষণ, অন্যায়, লুণ্ঠন আদিৰে। উক্ত ভোগালী উৎসৱৰ লগত সংগতি ৰাখি বানিজ্য মেলা, জনগোষ্ঠীয় খাদ্য মেলা, আনন্দ মেলা, সদৌ অসম ভিত্তিত সংগীত, নৃত্য, শিশুৰ ফেশ্বন শ্ব’ আদিৰ লগতে প্ৰতি নিশাই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হ’ব।

মিন্টু দাস

মিন্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd