DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰাইদেউৰ অসম-অৰুণাচল সীমান্তত অস্ত্ৰসহ দুই অৰুণাচলী যুৱক আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2018 8:15 am
Sonari
398
VIEWS
Share on FacebookShare on Twitter

চৰাইদেউ জিলাৰ সোণাৰীৰ সমীপৰ অসম-অৰুণাচল সীমান্তৰ কানুবাৰীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফ আৰু চৰাইদেউ জিলা আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই অস্ত্ৰসহ দুজন অৰুণাচলী যুৱকক আটক কৰে।

ধৃত যুৱক দুজনক অৰুণাচল প্ৰদেশৰ ৰিম বিহাম আৰু টাচজাও জহাম বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ পৰা আৰক্ষীয়ে আৰু চি আৰ পি এফৰ দলে ২টা হস্তনিৰ্মিত বন্দুক আৰু কেইবা জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে এক বিশেষ সূত্ৰৰ পৰা অঞ্চলটোত গোপনে অবৈধ মাৰণাস্ত্ৰৰ কিনা-বেচা চলি থকাৰ খবৰ লাভ কৰি আৰক্ষী আৰু চি আৰ পি এফে কালি উক্ত অভিযানটো চলায়।

পিছত অভিযানকাৰী দলটোৱে আটকাধীন দুয়োজনকে পৰৱৰ্তী তদন্তৰ বাবে সাপেখাতী আৰক্ষী থানাত চমজাই দিয়ে।

Recent News

bryophyllum

আপোনাৰ পদূলিৰ কাষতে থকা দুপৰ টেঙাৰ আছে অনেক ঔষধি গুণ: জানো আহক এনে ঔষধি গুণৰ বিষয়ে

kali poster controversy

‘কালী’ পোষ্টাৰ বিতৰ্ক: চলচ্চিত্ৰ নিৰ্মাতা লীনা মণিমেকলাইক শিৰচ্ছেদৰ ভাবুকি হিন্দু সন্তৰ

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অৰ্পণ দাসৰ অগ্ৰগতি

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অৰ্পণ দাসৰ অগ্ৰগতি

Gas Cylinder price hike

Gas Cylinder price hike: অচ্ছে দিনৰ মাধমাৰ: পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd