DMCA.com Protection Status
NE NOW NEWS

NE NOW NEWS

যিকোনো সময়তে নিজকে দেশৰ বাবে উৎসৰ্গা কৰিবলৈ সাজু থাকিব লাগে: এন বিৰেন সিঙ

২ ফেব্ৰুৱাৰিৰপৰা ১১ সংখ্যক মনিপুৰ বিধানসভাৰ পূৰ্ণাংগ বাজেট অধিৱেশন আৰম্ভ

১১ সংখ্যক মনিপুৰ বিধানসভাৰ পূৰ্ণাংগ বাজেট অধিৱেশন খন অহা ২ ফেব্ৰুৱাৰিৰপৰা অনুষ্ঠিত হ’ব। ৰাজ্যিক কেবিনেটে কিছুদিন পূৰ্বে এই সিদ্ধান্ত লয়।...

এন এছ চি এন আটক

দুজনকৈ এন এছ চি এনৰ কেডাৰ আটক

উগ্ৰপন্থীৰ বৰ্ধিত কাৰ্যকলাপৰ সময়তে দুটা পৃথক অভিযানত দুজনকৈ এন এছ চি এনৰ কেডাৰ আটক কৰা হৈছে। প্ৰাপ্ত তথ্য মতে অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ...

ভোগালী বিহু

মাছখোৱাত জৈৱিক খাদ্য-সামগ্ৰীৰে উৰুকা মেলা আৰু ভোগালী উৎসৱৰ আয়োজন

অজিৰ পৰা ডেৰশ বছৰৰ আগতে গুৱাহটীৰ মাছখোৱাত হিন্দু-মুছলমান সকলো মিলি সমূহীয়া ভোজভাতৰ মাজেৰে ভোগালী বিহু উদযাপনৰ এক পৰম্পৰা প্ৰচলিত অছিল।...

এন এছ ছি এন(আই এম)ৰ নেতৃবৃন্দৰ লগতে অন্যান্য দল-সংগঠনৰ নেতৃবৃন্দ

নাগা চুক্তি আৰু নাগালিম গঠনৰ বিষয়টো সমাধান নোহোৱা পৰ্যন্ত নিৰ্বাচন স্থগিত ৰখাৰ অনুৰোধ দল-সংগঠনৰ

বিগত কেইবা মাহ ধৰি বৃহত্বৰ নাগালিম গঠন আৰু নাগা চুক্তিৰ বিষয়টোৱে নাগালেণ্ডকে ধৰি অসম, অৰুণাচল আদি ঠাইৰ বাসিন্দাসকলৰ মাজত গভীৰ...

মণিপুৰৰ চাইকেল-আৰোহী ফিলেম ৰ'হান সিং

প্ৰদূষণমুক্ত ভাৰত গঢ়াৰ সংকল্পৰে মণিপুৰি যুৱকৰ ২৫০০ কি.মি দৈৰ্ঘৰ চাইকেল যাত্ৰা

প্ৰদূষণমুক্ত ভাৰত গঢ়াৰ বাবে সজাগতা সৃষ্টিৰ সংকল্পৰে মণিপুৰি যুৱক ফিলেম ৰ'হান সিঙে সোমবাৰে দেশৰ ৰাজধানী দিল্লীৰ পৰা মণিপুৰৰ ইম্ফল চহৰলৈকে...

গাঞ্জা

মহানগৰী আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ ২১ কিলোগ্ৰাম গাঞ্জা

আজি গুৱাহাটী মহানগৰীৰ আৰক্ষীয়ে নিয়মীয়া তালাচী  অভিযান চলাই থকা সময়ত  ২১ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য মতে ...

দলগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়

দলগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন

বছৰজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ঐতিহ্য মণ্ডিত দলগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপনৰ সোমবাৰে সামৰণি পৰে। সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক...

ইম্ফল

তিনি ডিগ্ৰীলৈ নামিল ইম্ফল চহৰৰ পাৰাস্তম্ভ : প্ৰচণ্ড শীতে গ্ৰাস কৰিছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক

ঠেঁটুৱৈ ধৰা ঠাণ্ডাই গ্ৰাস কৰিছে উত্তৰ-পূৰ্বাঞ্চলক। ব্যতিক্ৰম নহয় শ্বিলঙৰ লগতে বাকী ৰাজ্যকেইখনৰ চহৰকেইখনো। শুভ্ৰ চাদৰেৰে আৱৰি পেলোৱা শ্বিলঙৰ পাৰাস্তম্ভ নামিছে...

৭০০ কোটিটকীয়া কৃষি কেলেংকাৰিত অভিযুক্ত দুই ঠিকাদাৰক গ্ৰেপ্তাৰ

৭০০ কোটিটকীয়া কৃষি কেলেংকাৰিত অভিযুক্ত দুই ঠিকাদাৰক গ্ৰেপ্তাৰ

বিগত কংগ্ৰেছ চৰকাৰৰ আমোলত ৰাজ্যৰ কৃষি বিভাগত সংঘটিত ৭০০ কোটিটকীয়া কেলেংকাৰিৰ গোচৰত অভিযান চলাই সোমবোৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে দুই...

আৰএছ এছ

২১জানুৱাৰিত খানাপাৰাত অনুষ্ঠিত হ’ব আৰ এছ এছৰ ‘লুইত পৰীয়া হিন্দু সমাৱেশ’

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছৰ উদ্যোগত অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব বিশাল হিন্দু সমাৱেশ। অহা ২১জানুৱাৰিত খানাপাৰাৰ পশুচিকিৎসা...

Page 5136 of 5257 1 5,135 5,136 5,137 5,257

Recent News