• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

২ ফেব্ৰুৱাৰিৰপৰা ১১ সংখ্যক মনিপুৰ বিধানসভাৰ পূৰ্ণাংগ বাজেট অধিৱেশন আৰম্ভ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2018 4:08 pm
মনিপুৰী মুখ্যমন্ত্ৰী এন বীৰেণ সিং

মনিপুৰী মুখ্যমন্ত্ৰী এন বীৰেণ সিং

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১১ সংখ্যক মনিপুৰ বিধানসভাৰ পূৰ্ণাংগ বাজেট অধিৱেশন খন অহা ২ ফেব্ৰুৱাৰিৰপৰা অনুষ্ঠিত হ’ব। ৰাজ্যিক কেবিনেটে কিছুদিন পূৰ্বে এই সিদ্ধান্ত লয়।

বিভাগীয় সূত্ৰই জনোৱা অনুসৰি মুখ্য মন্ত্ৰী এন বিৰেন সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে ৰাজ্যিক নিৰীক্ষণ বিভাগক নিৰীক্ষণ আৰু দুৰ্নীতি প্ৰতিৰোধ বিভাগৰূপে পুনৰ গঠনৰ এক সিদ্ধান্ত গ্ৰহণ কৰে।

Apply Now

বিভাগটোৰ বৰ্তমান এটা দুৰ্নীতি প্ৰতিৰোধ সংস্থা থাকিব আৰু ই মুখ্য সচিব তথা নিৰীক্ষণ আ্য়ুক্তৰ প্ৰত্যক্ষ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত একক ফাইল ব্যৱস্থা হিচাপে পৰিচালিত হ’ব।

সূত্ৰটোৱে জনোৱা অনুসৰি এতিয়াৰেপৰা আৰক্ষী আস্থান (দুৰ্নীতি প্ৰতিৰোধ) হিচাপে কাম কৰিবলগীয়া আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয় (নিৰীক্ষণ আৰু দুৰ্নীতি প্ৰতিৰোধ)ৰ সমগ্ৰ মণিপুৰৰ ওপৰতে বিধিগত ক্ষমতা থাকিব।

দুৰ্নীতি প্ৰতিৰোধ সংস্থাটোৱে হাতে লোটে ধৰা, অজোখা সম্পত্তি, চৰকাৰী পুঁজি অপব্যৱহাৰ আৰু কাৰ্য্যালয়ৰ অপব্যৱহাৰ আদি গোচৰসমূহ প্ৰধান্কৈ চোৱাচিতা কৰিব। সংস্থাটোত এগৰাকী অধীক্ষক, দুগৰাকী অতিৰিক্ত অধীক্ষক, আঠগৰাকী উপ অধীক্ষক, ২২ গৰাকী পৰিদৰ্শক, ১৪ গৰাকী উপ পৰিদৰ্শক আৰু ২২ গৰাকী কনিষ্টবল থাকিব।

মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত এই বৈঠক খনত কৰ্ম মন্ত্ৰী বিশ্বজিত, উপভোক্তা পৰিক্ৰমা মন্ত্ৰী কৰম শ্যাম, বন মন্ত্ৰী শ্যামকুমাৰ, জনজাতি পৰিক্ৰমা মন্ত্ৰী কায়িচি, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী দিখো, কৃষি মন্ত্ৰী হাংখালিয়ান আৰু সমাজ কল্যাণ মন্ত্ৰী কিপ্গেনে অংশগ্ৰহণ কৰে।

তাৰোপৰি এই বৈঠকতে নতুনকৈ চৰকাৰী পলিটেক্নিক সাজিবৰ বাবে চান্দেল আৰু তামেনগ্লঙত প্ৰত্যক্ষভাৱে মাটি কিনি লোৱা প্ৰস্তাৱটোৱো গৃ্হীত হয়।

কেবিনেটখনে লগতে প্ৰধান মন্ত্ৰী আৱাস যোজনা (নগৰ)ৰ অধীনত এবছৰৰ বাবে এটা ৰাজ্যিক পৰ্য্যায়ৰ আৰু ৭ টা নগৰ পৰ্য্যায়ৰ কাৰিকৰী বিভাগ গঠনৰো সিদ্ধান্ত গ্ৰহণ কৰে।

এই কাৰিকৰী বিভাগসমূহৰ বিশেষজ্ঞ নিযুক্তিৰ প্ৰক্ৰিয়া পৰিচালনা কৰিবা মণিপুৰ নগৰ উন্নয়ন সংস্থাই। ইয়াৰ বাবে কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ে অনুমোদন জনোৱা সক্ষমতা নিৰ্মাণ আঁচনি অনুসৰি মাননি আগবঢ়োৱা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd