তথ্য অনুসৰি ১০০দিনত ৪০টা বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যু
যোৱা কেইবাদিন ধৰি বনাঞ্চল সমূহৰ পৰা লোকালয়লৈ ওলাই অহা হাতী সমূহ বিভিন্ন অস্বাভাৱিক কাৰণত মৃত্যু হোৱাৰ ঘটনাই বন বিভাগ তথা...
যোৱা কেইবাদিন ধৰি বনাঞ্চল সমূহৰ পৰা লোকালয়লৈ ওলাই অহা হাতী সমূহ বিভিন্ন অস্বাভাৱিক কাৰণত মৃত্যু হোৱাৰ ঘটনাই বন বিভাগ তথা...
নাগালেণ্ডৰ বন বিভাগে দেওবাৰে জাৰি কৰা এখন গোহাৰি পত্ৰত ৰাজ্যখনৰ বন্যপ্ৰানীসমূহ সংৰক্ষণৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। নাগালেণ্ডৰ বন...
আজি পুৱা ইম্ফলৰ ৩৭ নং ঘাইপথত স্থাপন কৰি থোৱা এটা আই ই ডি বিস্ফোৰণ হোৱাৰ পূৰ্বেই উদ্ধাৰ কৰিবলৈ সক্ষম হয়...
ভিন্ন প্ৰান্তৰ ভিন্ন সোৱাদৰ সংগীতৰ পয়োভৰৰ মাজত আজি গাৰো পাহাৰত সামৰণি পৰিল দিমস্ৰাং মহোৎসৱ। স্থানীয় যুৱ প্ৰতিভা তথা শিল্পীসকলক এখন...
চলিত হিৰ' আই লীগৰ এখন ৰোমাঞ্চকৰ খেলত অহা সোমাবাৰে আইজলত ঘৰুৱা দল আইজল এফ চিয়ে শ্বিলং লাজঙৰ মুখামুখি হ'ব। খ্ৰীষ্টমাছৰ...
‘আইনী সেৱা আগ বঢ়োৱা প্ৰতিষ্ঠানবোৰৰ বিষয়ে আৰু বিনামূলীয়া আইনী সেৱা থকাৰ কথাটো ন্যায় ব্যৱস্থাটোৱে সৰ্বসাধাৰণ লোকক জানিবলৈ সুযোগ দিব লাগিব।’...
নিৰ্বাচন অভিমুখী মেঘালয়লৈ আহি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী সভাত ভাগ লৈ ৰাজ্য চৰকাৰখনক ৰাজ্যৰ উন্নয়নত ব্যৰ্থতা, উন্নয়নৰ ধন হস্তগত...
অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ ওপৰত আলফা স্বাধীনে কৰা আক্ৰমণৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম মৰাণ ছাত্ৰ সন্থা। আলফাৰ এনে কাণ্ডক তীব্ৰ...
গাৰো পাহাৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ উপাধ্যক্ষ মেত্ৰিনছন জি মমিনে আজি এন পি পিৰ পৰা পদত্যাগ কৰে। পদত্যাগ কৰাৰ লগতে তেওঁ...
যোৱা কেইদিনমানৰ ভিতৰতে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত এন ডি এফ বি (সং) সক্ৰিতা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে সেনা-আৰক্ষীৰ অভিযানো তীব্ৰতৰ হোৱা দেখা...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd