• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এসময়ত আছিল মুকেশ আম্বানীৰ ‘সোঁহাত’, ৭৫ কোটিৰ দৰমহা এৰি বাছি ল’লে আন এক জীৱন, কিয়?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2025 11:20 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এসময়ত তেওঁ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ এজন উচ্চ পৰ্যায়ৰ বিষয়া আছিল। তেওঁ মুকেশ আম্বানীৰ অতি বিশ্বস্ত হিচাপে একাধিক কাম চম্ভালিছিল। তেওঁ ৰিলায়েন্সৰ প্ৰজেক্ট ডিভিজনৰ ভাইচ প্ৰেছিডেন্ট হিচাপে জামনগৰ পেটকোক গেছ প্ৰজেক্টৰ চোৱা-চিতা কৰিছিল। তেওঁ ৭৫ কোটি টকা দৰমহা পাইছিল।

কিন্তু বহু বছৰ কৰ্পৰেট জগতত কাম কৰাৰ পিছত প্ৰকাশ শ্বাহে এটা আচৰিত আৰু সাহসী সিদ্ধান্ত লৈছিল। তেওঁ সকলো ধন-সম্পত্তি আৰু বিলাস এৰি আধ্যাত্মিক পথ অনুসৰণ কৰাৰ সিদ্ধান্ত ল’লে।

Apply Now

প্ৰকাশে কেমিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰি আই আই টি বম্বেৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ শক্তিশালী কাৰিকৰী দক্ষতা আৰু নেতৃত্বৰ ক্ষমতাই তেওঁক ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজত দ্ৰুত উন্নতিত সহায় কৰিছিল।

কেইবাবছৰ ধৰি মুকেশ আম্বানিৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি কোম্পানীটোৰ সফলতাত মুখ্য ভূমিকা পালন কৰিছিল প্ৰকাশে। তেওঁৰ পত্নী নয়না শ্বাহো শিক্ষিত আৰু বাণিজ্য শাখাত ডিগ্ৰীধাৰী।

প্ৰকাশৰ দুজন পুত্ৰ আছে। ইয়াৰে এজনে ইতিমধ্যে দীক্ষা লৈছে। দ্বিতীয় পুত্ৰ বিবাহিত আৰু তেওঁৰ এটি সন্তান আছে। প্ৰকাশে বহুদিনৰ পৰা নিজে দীক্ষা লোৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু ক’ভিড-১৯ মহামাৰীয়ে তেওঁৰ আধ্যাত্মিক যাত্ৰাত বিলম্ব ঘটায়।

অৱশেষত মহাবীৰ জয়ন্তীৰ দিনা প্ৰকাশ আৰু তেওঁৰ পত্নী নয়নাই একেলগে দীক্ষা লয়। জৈন ধৰ্ম আৰু অন্যান্য আধ্যাত্মিক পৰম্পৰাত দীক্ষা মানে সকলো লৌকিক মোহ ত্যাগ কৰি আভ্যন্তৰীণ শান্তি আৰু স্বাধীনতাৰ পথ (মোক্ষ) অনুসৰণ কৰা।

আজি প্ৰকাশৰ জীৱন সম্পূৰ্ণ সলনি হৈছে। খালী ভৰিৰে খোজ কাঢ়ে, শুভ্ৰ কাপোৰ পিন্ধে আৰু খাদ্যৰ বাবে ভিক্ষা কৰি জীৱন-যাপন কৰে। তেওঁ সকলো বিলাসীতা ত্যাগ কৰি সম্পূৰ্ণৰূপে আধ্যাত্মিক বিকাশ আৰু সৰলতাৰ ওপৰত মনযোগ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd