NE NOW NEWS

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

১০২ দিন ধৰি ডিজিটেল এৰেষ্ট : গুজৰাটৰ চিকিৎসকৰ পৰা ১৯ কোটি লুটি নিলে চাইবাৰ অপৰাধীয়ে

১০২ দিন ধৰি ডিজিটেল এৰেষ্ট : গুজৰাটৰ চিকিৎসকৰ পৰা ১৯ কোটি লুটি নিলে চাইবাৰ অপৰাধীয়ে

গুজৰাটৰ এজন চিকিৎসকক চাইবাৰ অপৰাধীয়ে ১২০ দিন ধৰি ডিজিটেল এৰেষ্ট কৰি কোটি কোটি টকা লুটি নিয়াৰ ঘটনা পোহৰলৈ আহিছে। অভিযোগ...

১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি অসমত মুকলি হ’ব অৰুণোদয় ৩.০: ঘোষণা মুখ্যমন্ত্ৰীৰ

১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি অসমত মুকলি হ’ব অৰুণোদয় ৩.০: ঘোষণা মুখ্যমন্ত্ৰীৰ

শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে সংবাদমেল। ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনিক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। এতিয়াৰে পৰা...

জাগীৰোডত জব্দ ৫ কুইণ্টল নিষিদ্ধ থাই মাগুৰ : নাগালেণ্ডলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যেৰে অনা হৈছিল মাছখিনি

জাগীৰোডত জব্দ ৫ কুইণ্টল নিষিদ্ধ থাই মাগুৰ : নাগালেণ্ডলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যেৰে অনা হৈছিল মাছখিনি

ৰাজ্যত অব্যাহত আছে নিষিদ্ধ থাইলেণ্ড মাগুৰৰ অবৈধ ব্যৱসায়। বৃহস্পতিবাৰে নিশা জাগীৰোডত আৰক্ষীয়ে জব্দ কৰিছে ৫ কুইণ্টল থাইলেণ্ড মাগুৰ। এক গোপন...

ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষ্যে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষ্যে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণিৰ বাবে অহা ৮ ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শুকুৰবাৰে এই কথা সদৰী...

৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন: জনালে নিৰ্বাচন আয়োগে

৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন: জনালে নিৰ্বাচন আয়োগে

ভাৰতীয় নিৰ্বাচন আয়োগে শুকুৰবাৰে (১ আগষ্ট, ২০২৫) কয় যে, ‘উপৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন ২০২৫ চনৰ ৯ ছেপ্টেম্বৰত হ’ব আৰু সেইদিনাই ভোটগণনা...

ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত জনতা দলৰ(এছ)ৰ প্ৰাক্তন সাংসদ প্ৰজ্জ্বল ৰেভান্না

ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত জনতা দলৰ(এছ)ৰ প্ৰাক্তন সাংসদ প্ৰজ্জ্বল ৰেভান্না

জনতা দলৰ(এছ)ৰ প্ৰাক্তন সাংসদ প্ৰজ্জ্ব্ল ৰেভান্না ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হৈছে। প্ৰজ্জ্বলৰ বিৰুদ্ধে তিনিটা ধৰ্ষণ গোচৰ আৰু এটা যৌন নিৰ্যাতনৰ...

বিশ্বৰ সৰ্ববৃহৎ অৰ্কিড সংৰক্ষণ কেন্দ্ৰ হিচাপে পৰিগণিত কাজিৰঙা অৰ্কিড পাৰ্ক

বিশ্বৰ সৰ্ববৃহৎ অৰ্কিড সংৰক্ষণ কেন্দ্ৰ হিচাপে পৰিগণিত কাজিৰঙা অৰ্কিড পাৰ্ক

শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শুকুৰবাৰে ফেচবুক পোষ্টৰ জৰিয়তে ঘোষণা কৰে যে কাজিৰঙা ৰাষ্ট্ৰীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানত এতিয়া ২০০০ৰো...

বাৰাণসীত মুছলমান ছোৱালীক ব’লব’ম যাত্ৰীৰ নিৰ্যাতন! ভুক্তভোগী পৰিয়ালৰ বিৰুদ্ধে এফআইআৰ দাখিল আৰক্ষীৰ

বাৰাণসীত মুছলমান ছোৱালীক ব’লব’ম যাত্ৰীৰ নিৰ্যাতন! ভুক্তভোগী পৰিয়ালৰ বিৰুদ্ধে এফআইআৰ দাখিল আৰক্ষীৰ

যোৱা ২৮ জুলাইৰ বিয়লি প্ৰায় ৩ বজাত বাৰাণসীৰ ৰাজতলাবত ১৬ বছৰীয়া মুছলমান কিশোৰীৰ সৈতে কাঁৱৰীয়াই অসৎ আচৰণ কৰাৰ অভিযোগ উত্থাপন...

“বিদেশ মন্ত্ৰী এচ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক অনতিপলমে সলনি কৰক প্ৰধানমন্ত্ৰীয়ে’’ : দাবী গৌৰৱ গগৈৰ

“বিদেশ মন্ত্ৰী এচ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক অনতিপলমে সলনি কৰক প্ৰধানমন্ত্ৰীয়ে’’ : দাবী গৌৰৱ গগৈৰ

ভাৰত-আমেৰিকাৰ সম্পৰ্ক আৰু দেশৰ বিদেশ নীতিক লৈ লোকসভাৰ উপ-দলপতি তথা সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত নিজৰ মন্তব্য প্ৰকাশ কৰি...

জাতীয় দলৰ সম্পাদক প্ৰণৱ চেতিয়াক গ্ৰেপ্তাৰ সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাৰ প্ৰতিক্ৰিয়া

জাতীয় দলৰ সম্পাদক প্ৰণৱ চেতিয়াক গ্ৰেপ্তাৰ সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাৰ প্ৰতিক্ৰিয়া

সক্রিয় মানৱ অধিকাৰ কৰ্মী তথা জাতীয় দলৰ সম্পাদক প্রণৱ চেতিয়াক অসম পুলিচে গ্রেপ্তাৰ কৰা বিষয়ত প্রতিক্রিয়া প্রকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ...

Page 804 of 6676 1 … 803 804 805 … 6,676

Stay Connected

Recent News