যুৱতী-মহিলাৰ মাজত বৃদ্ধি পাইছে মদ-ভাং খোৱাৰ প্ৰৱণতা : কিন্তু কিয় জানেনে?
ক্ৰমশঃ সমাজত বাঢ়ি আহিছে নিচা কৰাৰ প্ৰৱণতা। তৰুণ প্ৰজন্মৰ এক বৃহৎ সংখ্যক যুৱক-যুৱতী আজি নিচাৰ কবলত। কেৱল যে অকল তৰুণ...
ক্ৰমশঃ সমাজত বাঢ়ি আহিছে নিচা কৰাৰ প্ৰৱণতা। তৰুণ প্ৰজন্মৰ এক বৃহৎ সংখ্যক যুৱক-যুৱতী আজি নিচাৰ কবলত। কেৱল যে অকল তৰুণ...
ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন মুৰব্বী, বায়ু প্ৰধান মাৰ্শ্বাল আৰ কে এছ ভদৌৰিয়াই দেওবাৰে বিজেপিত যোগদান কৰে। অৱসৰপ্ৰাপ্ত বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে বিজেপিৰ সাধাৰণ...
দিল্লী সুৰা নীতিৰ গোচৰত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত ৩১ মাৰ্চত দিল্লীৰ ৰামলীলা ময়দানত মেগা ৰেলী অনুষ্ঠিত কৰিব বিৰোধী ঐক্য...
হোলীৰ নামত মছলমান পৰিয়ালক হাৰাশাস্তি কৰিছে একাংশ উগ্ৰ হিন্দুত্ববাদীয়ে। উত্তৰ প্ৰদেশৰ বিজনোৰত সংঘটিত হৈছে এই সাম্প্ৰদায়িক কাণ্ড। এটা মুছলমান পৰিয়ালক...
আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰপেটা সত্ৰত আৰম্ভ হৈছে বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ "দৌল মহোৎসৱ"। পূৰ্বৰে পৰা সত্ৰীয়া ৰীতি- নীতি আৰু...
কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বঞ্চনাৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে কৰ্ণাটক চৰকাৰে। শনিবাৰে উচ্চতম ন্যায়ালয়ত মোডী চৰকাৰৰ বিৰুদ্ধে শপতনামা...
চিকিৎসা বিজ্ঞানৰ চমৎকাৰ। এইবাৰ প্ৰথমবাৰৰ বাবে মানুহৰ শৰীৰত গাহৰিৰ বৃক্ক (কিডনি) সংৰোপণ কৰা হৈছে। অস্ত্ৰোপচাৰটোও প্ৰায় এশ শতাংশ সফল হৈছে।...
আই আই টি-গুৱাহাটীৰ এগৰাকী ছাত্ৰই অনলাইনযোগে আইছিছৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি কেম্পাছৰ পৰা নিৰুদ্দেশ হৈ থকাৰ পিছত শনিবাৰে তেওঁক আটক...
ভাড়াতীয়া গুণ্ডা লগাই পিতৃক হত্যা কৰালে এজন কিশোৰে। এই কামৰ বাবে তেওঁ তিনিজন লোকক ভাড়া কৰিছিল। তেওঁলোকৰ গুলীত কিশোৰজনৰ ব্যৱসায়ী...
ফাকুৱাৰ বতৰত যাত্ৰীসকলৰ বৰ্ধিত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে আৰু চাৰি যোৰ হোলী বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কাটিহাৰৰ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd