• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৎসৱৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে অধিক হোলী বিশেষ ৰে’ল; কেইখনমান ৰে’লৰ অতিৰিক্ত ষ্টপেজ প্ৰদান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 24, 2024 8:48 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফাকুৱাৰ বতৰত যাত্ৰীসকলৰ বৰ্ধিত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে আৰু চাৰি যোৰ হোলী বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কাটিহাৰৰ পৰা চণ্ডীগড় আৰু উদয়পুৰ চিটিলৈ দুখন বিশেষ ৰে’ল, আগৰতলাৰ পৰা গোৰখপুৰলৈ এখন আৰু নিউ জলপাইগুড়ীৰ পৰা হাওড়ালৈ আন এখন বিশেষ ৰে’ল চলাচল কৰিব।

ৰে’ল নং. ০৪৫৩৮ (চণ্ডীগড়-কাটিহাৰ) ৰেলখনে ২৩ মাৰ্চ, ২০২৪ তাৰিখে সন্ধিয়া ০৭:১৫ বজাত চণ্ডীগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনা নিশা ১১:৪৫ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব। একেদৰে, ৰে’ল নং. ০৪৫৩৭ (কাটিহাৰ-চণ্ডীগড়) ৰেলখন ২৫ মাৰ্চ, ২০২৪ তাৰিখে কাটিহাৰৰ পৰা পুৱা ৪ বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ পুৱা ৯:৪০ বজাত চণ্ডীগড়ত গৈ উপস্থিত হ’ব।

ৰে’ল নং. ০৯৬২৩ (উদয়পুৰ চিটি-কাটিহাৰ) ৰেলখনে ২৬ মাৰ্চ, ২০২৪ তাৰিখে (মঙলবাৰে) ৰাতিপুৱা ৪:০৫ বজাত উদয়পুৰ চিটিৰ পৰা যাত্ৰা আৰম্ভ কৰি বৃহস্পতিবাৰে পুৱা ২:৪৫ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰেল নং. ০৯৬২৪ (কাটিহাৰ-উদয়পুৰ চিটি) ৰেলখনে ২৮ মাৰ্চ, ২০২৪ (বৃহস্পতিবাৰ) তাৰিখে কাটিহাৰৰ পৰা নিশা ৩ বজাত যাত্ৰা কৰি শনিবাৰে পুৱা ৪:১৫ বজাত উদয়পুৰ চিটিত গৈ উপস্থিত হ’ব।

Apply Now

ৰে’ল নং. ০৫৬৯৮ (আগৰতলা-গোৰখপুৰ) ৰেলখন ২৪ মাৰ্চ, ২০২৪ তাৰিখে আগৰতলাৰ পৰা পুৱা ৬:২০ বজাত যাত্ৰা কৰি পৰৱৰ্তী দিনা সন্ধিয়া ৫:৩০ বজাত গোৰখপুৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰেল নং. ০৫৬৯৭ (গোৰখপুৰ-আগৰতলা) ৰেলখন গোৰখপুৰৰ পৰা ২৫ মাৰ্চ, ২০২৪ তাৰিখে নিশা ১১:৫৫ বজাত যাত্ৰা কৰি পৰৱৰ্তী দিনা সন্ধিয়া ৬:৪০ বজাত আগৰতলাত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত ৰেল নং. ০৫৬৯৭ (গোৰখপুৰ-আগৰতলা) ৰেলখন গোৰখপুৰৰ পৰা ২৫ মাৰ্চ, ২০২৪ তাৰিখে (সোমবাৰ) নিশা ১১.০০ বজাত যাত্ৰা আৰম্ভ কৰি বুধবাৰে নিশা ০৬.৪০ বজাত আগৰতলাৰ ইয়াৰ গন্তব্যস্থানত গৈ উপস্থিত হব।

ৰে’ল নং. ০২০৪২ (নিউ জলপাইগুড়ী-হাওড়া) ৰেলখন ২৪ মাৰ্চ, ২০২৪ তাৰিখে নতুন জলপাইগুড়ীৰ পৰা পুৱা ৫:৩০ বজাত যাত্ৰা আৰম্ভ কৰি একেদিনাই আবেলি ১:৪৫ বজাত হাওড়াত গৈ উপস্থিত হ’ব।

লগতে, ৰে’ল যাত্ৰীসকলক সুবিধা প্ৰদানৰ দিশত এক পদক্ষেপ হিচাপে, চৈনথিয়া ষ্টেচনত ৰে’ল নং ১২৩৪৫/১২৩৪৬ (হাওড়া– গুৱাহাটী– হাওড়া) শৰাইঘাট এক্সপ্ৰেছ ৰেলখনৰ দুই মিনিটৰ বাবে অতিৰিক্ত ষ্টপেজ প্ৰদান কৰা হৈছে। লগতে, বস্তি ষ্টেচনত ৰেল নং. ১৫৯০৩/১৫৯০৪ (ডিব্ৰুগড়- চণ্ডীগড়- ডিব্ৰুগড়) এক্সপ্ৰেছ ৰেলখনৰ তিনি মিনিটৰ বাবে অতিৰিক্ত ষ্টপেজ প্ৰদান কৰা হৈছে।

ৰে’ল নং. ১২৩৪৫ (হাওড়া-গুৱাহাটী) শৰাইঘাট এক্সপ্ৰেছ ৰেলখন সন্ধিয়া ৬:২৯ বজাত আহি চৈনথিয়াত উপস্থিত হ’ব আৰু সন্ধিয়া ৬:৩১ বজাত প্ৰস্থান কৰিব। ৰে’ল নং. ১২৩৪৬ (গুৱাহাটী-হাওড়া) শৰাইঘাট এক্সপ্ৰেছ ৰেলখন পুৱা ২:১২ বজাত চৈনথিয়াত উপস্থিত হ’ব আৰু পুৱা ২:১৪ বজাত প্ৰস্থান কৰিব। লগতে, ৰেল নং. ১৫৯০৩ (ডিব্ৰুগড়-চণ্ডীগড়) এক্সপ্ৰেছ ৰেলখন বস্তিত ৰাতি ৯:১৩ বজাত উপস্থিত হ’ব আৰু ৰাতি ৯:১৬ বজাত প্ৰস্থান কৰিব। ৰে’ল নং. ১৫৯০৪ (চণ্ডীগড়-ডিব্ৰুগড়) এক্সপ্ৰেছ বস্তিত আবেলি ৩:১৭ বজাত উপস্থিত হ’ব আৰু ৩:২০ বজাত প্ৰস্থান কৰিব।

এই ৰেলসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ চচিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য চাই ল’বলৈ অনুৰোধ কৰা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd