NE NOW NEWS

NE NOW NEWS

Urinary Tract Infections

ঘৰুৱা চিকৎসাৰ দ্বাৰাই উপশম কৰক প্ৰস্ৰাৱৰ জ্বলা-পোৰা সমস্যাঃ জানিবলৈ চাওক…

আপুনিও ভূগিছে নেকি প্ৰস্ৰাৱৰ জ্বলা-পোৰা সমস্যাত? যদি আপুনি প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা অনুভৱ কৰে তেন্তে ই প্ৰস্ৰাৱৰ সংক্ৰমণৰ (UTI) লক্ষণ...

Woman's body found

জঘন্য! যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই বন্ধুৰ প্ৰাণ ল’লে দুই বন্ধুৱে

ৰাজস্থানত সংঘটিত এক জঘন্য কাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্যৰ। যৌন কামনা চৰিতাৰ্থ কৰাত বাধা পোৱাৰ বাবেই দুই বন্ধুৱে প্ৰাণ ল’লে এজন...

BCCI Test Cricket Incentive Scheme

বিচিচিআইৰ নতুন পদক্ষেপঃ ঘোষণা ‘টেষ্ট ক্ৰিকেট ইনচেন্টিভ আঁচনি’ৰ

ধৰমশালাত আজি পঞ্চমখন টেষ্টৰ তৃতীয় দিনাই ভাৰতে ইংলেণ্ডক এক ইংনিছ ৬৪ ৰাণত শোচনীয়ভাৱে পৰাস্ত কৰি পাঁচখনীয়া টেষ্ট শৃংখলাটোত ৪-১ ব্যৱধানত...

ইংলেণ্ডৰ দুৰ্দিনতে ইতিহাস ৰচিলে এণ্ডাৰছনে; টেষ্টত প্ৰথমজন পেচাৰ হিচাপে দখল ৭০০ উইকেট

ইংলেণ্ডৰ দুৰ্দিনতে ইতিহাস ৰচিলে এণ্ডাৰছনে; টেষ্টত প্ৰথমজন পেচাৰ হিচাপে দখল ৭০০ উইকেট

জেমছ এণ্ডাৰছনে ৭০০ টেষ্ট উইকেট দখল কৰা বিশ্বৰ প্ৰথমজন পেচাৰ হিচাপে পৰিগণিত হয়। ইংৰাজ পেচাৰগৰাকীয়ে ধৰ্মশালাত কুলদীপ যাদৱক আউট কৰি...

`ইণ্ডিয়া’ নে তৃতীয় মৰ্চা? নিৰ্বাচনৰ পূৰ্বে ডাঙৰ ঘোষণা বিএছপি নেত্ৰী মায়াৱতীৰ

`ইণ্ডিয়া’ নে তৃতীয় মৰ্চা? নিৰ্বাচনৰ পূৰ্বে ডাঙৰ ঘোষণা বিএছপি নেত্ৰী মায়াৱতীৰ

সন্মুখত লোকসভা নিৰ্বাচন। ইপিনে লোকসভা নিৰ্বাচনৰ দিন এতিয়াও ঘোষণা কৰা হোৱা নাই যদিও দেশৰ ৰাজনৈতিক দলসমূহে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে।...

কাজিৰঙাত হাতীত উঠি অৰণ্য পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে; কৰিলে জীপ ছাফাৰীও

কাজিৰঙাত হাতীত উঠি অৰণ্য পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে; কৰিলে জীপ ছাফাৰীও

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাতীৰ পিঠিত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে। শনিবাৰে পুৱা এখন জীপত উঠিও ৰাষ্ট্ৰীয় উদ্যানখনৰ কেইবাটাও...

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ মাজতে অসমত CAA বিৰোধী প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিছে বিৰোধীয়ে

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ মাজতে অসমত CAA বিৰোধী প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিছে বিৰোধীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুদিনীয়া ভ্ৰমণৰ বাবে অসমলৈ অহাৰ পিছতে নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিৰুদ্ধে ছাত্ৰ সংগঠন আৰু ৰাজনৈতিক দলসমূহে তীব্ৰ...

Page 858 of 5812 1 857 858 859 5,812

Recent News