তছলিমাৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নিবিচাৰে আয়োজকে! ইছলামিক মৌলবাদীৰ ভাবুকিৰ বাবে বাতিল জাভেদ আখতাৰৰ ‘মুছাইৰা’
ইছলামিক মৌলবাদীৰ তীব্ৰ বিৰোধিতাৰ বাবে বিশ্ববিখ্যাত কবি, গীতিকাৰ, চিত্ৰনাট্যকাৰ জাভেদ আখতাৰক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰা ‘মুছাইৰা’ অনুষ্ঠান বাতিল কৰিছে...