• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুৰীৰ ৰথ যাত্ৰাত বিশৃংখল পৰিস্থিতি! পদপিষ্ট হৈ তিনিজন লোকৰ মৃত্যু হয়, বহু লোক আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2025 10:58 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুৰীৰ ৰথ যাত্ৰাত বিশৃংখলতা। দেওবাৰে পুৱা পুৰীৰ গুণ্ডিচা মন্দিৰৰ সমীপত সংঘটিত পদপিষ্টৰ ঘটনাত কমেও তিনিজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। আৰু বহু লোক আহত হয়।

পুৰীৰ মূল মন্দিৰৰ পৰা গুণ্ডিচা মন্দিৰৰ দূৰত্ব প্ৰায় তিনি কিলোমিটাৰ। কিন্তু এই তিনি কিলোমিটাৰ পথ অতিক্ৰম কৰি থাকোঁতে তিনিখন ৰথ— নন্দিঘোষ, তালধৱাজ আৰু দৰ্পাদলন— বাৰে বাৰে আবদ্ধ হৈ পৰিল। এই তিনিখন ৰথত জগন্নাথ, বলোভদ্ৰ, আৰু সুভদ্ৰাৰ মূৰ্তি আছিল। যদিও শুকুৰবাৰে মূল মন্দিৰৰ পৰা গুণ্ডিচা মন্দিৰলৈ ৰাওনা হয়, তথাপিও গন্তব্য স্থানত উপনীত হ’ব পৰা নাছিল। শনিবাৰে তিনিখন ৰথ উপস্থিত হয় গুণ্ডিচা মন্দিৰত। কিন্তু শনিবাৰে জগন্নাথ, বলোভদ্ৰ আৰু সুভদ্ৰাক ৰথৰ পৰা নমাই দিব নোৱাৰিলে। গোটেই ৰাতি তিনিখন ৰথৰ চাৰিওফালে বহু ভক্তৰ ভিৰ। আৰক্ষী আৰু প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি ভক্তই ৰথৰ ওচৰ পাবলৈ চেষ্টা কৰিছিল। আৰু তাতেই এই পৰিস্থিতিৰ সৃষ্টি হয়।

Apply Now

দেওবাৰে মাজনিশাৰ পৰা গুণ্ডিচা মন্দিৰৰ সমীপত ভগৱান জগন্নাথৰ ৰথ ঘেৰাও কৰা জনসমাগম বৃদ্ধি পাবলৈ ধৰিলে। সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰা মতে, পুৱা প্ৰায় ৪:৩০ বজাত মন্দিৰৰ ফালে ৰথবোৰ গতি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে ৰাইজৰ মাজত বিশৃংখলতাৰ সৃষ্টি হয়। কিছুমান মানুহ ভিৰৰ মাজত পৰিল। পদপিষ্ট হৈ তিনিজন লোকৰ থিতাতে মৃত্যু হয়। মৃতসকলৰ ভিতৰত আছিল দুগৰাকী মহিলা— প্ৰভাতী দাস আৰু বসন্তী চাহু। আনজন হৈছে প্ৰেমাকান্ত মহন্ত। জানিব পৰা মতে তিনিওজনেই ওড়িশাৰ খুৰ্দা জিলাৰ বাসিন্দা। তেওঁ ৰথ যাত্ৰাৰ বাবে পুৰীলৈ আহিছিল। এই ঘটনাত কেইবাজনো লোক আহত হয়। উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

শুকুৰবাৰে পুৱাৰে পৰা ৰথ উৎসৱৰ বাবে দীঘা জনসমাগমেৰে ভৰি পৰিছিল। তথ্য অনুসৰি শুকুৰবাৰে পুৰীত লোকৰ সংখ্যা আছিল প্ৰায় ১৩ লাখ। কিন্তু শুকুৰবাৰৰ পৰা যাত্ৰা আৰম্ভ হ’লেও তিনিখন ৰথ তাত উপস্থিত হ’ব পৰা নাছিল। তাৰ পূৰ্বে ৰাইজৰ হেঁচাত ৬০০ লোক অসুস্থ হৈ পৰে। এতিয়াও কমেও ৭০জন লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd