• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ সন্মুখতে অসমৰ ‘সনাতনী হিন্দু’ক মাৰণাস্ত্ৰ দিবলৈ পৰামৰ্শ! নিৰ্লিপ্ত হৈ চাই থাকিল অসহায় IPS বিষয়াই

অঞ্জুমান ভৰদ্বাজ by অঞ্জুমান ভৰদ্বাজ
May 5, 2025 4:38 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১ মে’, ২০২৫ৰ কথা। গুৱাহাটীস্থিত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেশ্যনৰ এক বক্তৃতা অনুষ্ঠান।

এই অনুষ্ঠানত বিশিষ্ট বক্তা অক্ষত গুপ্তাই “Rediscovering Our Roots: The Relevance of Hindu Mythology in Modern Times” শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে। বক্তৃতা অনুষ্ঠান উদ্বোধন কৰিছিল অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই, আৰু আমন্ত্ৰিত অতিথিৰ মাজত দেখা গৈছিল অসমৰ অন্যতম উদ্যোগী মহিলা ৰিণিকি ভূঞা শৰ্মা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমীত সিং।

Apply Now

উল্লেখ্য যে, শৰৎ মহন্ত ফাউণ্ডেশ্যনৰ এই বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰে প্ৰয়াত শৰৎ মহন্তৰ দুই পুত্ৰ IPS পাৰ্থ সাৰথি মহন্ত আৰু গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ সব্যসাচী মহন্ত প্ৰমূখ্যে পৰিয়ালবৰ্গই।

কিন্তু এই অনুষ্ঠানৰ মাজতে ঘটিল অঘটন, অসমৰ অন্যতম ডিজিটেল সংবাদ মাধ্যম ডিএ নিউজ প্লাছে ফেচবুকত দিয়া এটা ভিডিঅ’ত ( https://www.facebook.com/watch?v=584700197360239 ) পোৱা অনুসৰি বক্তৃতা অনুষ্ঠানটোত উপস্থিত হ’ল ‘স্বামী পৰশুৰাম’ ।  হাতত কুঠাৰ লৈ ৰ’য়েল গ্ল’বেল বিশ্ববিদ্যালয়ত উপস্থিত হ’ল স্বামী পৰশুৰাম, হাতত সকলোকে অস্ত্ৰ লৈ থাকিবলৈ আহ্বান জনালে স্বামী পৰশুৰামে। আনকি ভিডিঅ’টোত দেখা গৈছে যে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ উপস্থিতিত স্বামী পৰশুৰামে অসমৰ মুখ্যমন্ত্ৰীক ৰাজ্যৰ সমূহ হিতাধিকাৰীক বিনামূলীয়া ৰেচন বা সা-সুবিধাৰ পৰিৱৰ্তে মাৰণাস্ত্ৰ দিবলৈ পৰামৰ্শ দিয়ে, আনকি স্বামী পৰশুৰামে স্কুল-কলেজত অধ্যয়নৰত সনাতনী হিন্দু শিক্ষাৰ্থী অস্ত্ৰ চালনা প্ৰশিক্ষণৰ পৰামৰ্শ দিয়ে।

এতিয়া প্ৰশ্ন হয়, যিটো সময়ত ভাৰতবিৰোধী মন্তব্য কৰা বাবে পহলগাম আক্ৰমণৰ পাছত কালিলৈকে ৪২ জন লোকক হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঠিক তেনে এটা প্ৰেক্ষাপটত এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ সন্মুখত ‘বধ’ কৰাৰ উদ্দেশ্যৰে চৰকাৰী পৃষ্ঠপোষকতাত মাৰণাস্ত্ৰ বিতৰণ আৰু প্ৰশিক্ষণৰ কথা কোৱাৰ পাছতো কিয় একো পদক্ষেপ লোৱা নহ’ল তাক লৈ সচেতন অসমীয়াসকলৰ পাছত প্ৰশ্ন উত্থাপন হৈছে।

তদুপৰি স্বামী পৰশুৰামে, ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ১৯৬ অনুসৰি কথিত-লিখিত, আৰু ইলেক্ট্ৰনিক মাধ্যমেৰে ধৰ্ম, বৰ্ণ, ভাষা, অঞ্চল, জাতি আৰু সম্প্ৰদায়ৰ মাজত দ্বেষ প্ৰসাৰত কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো দিয়া বক্তব্যৰ বাবে কিয় আইপিএছ বিষয়াজনে নিজাববীয়া একো পদক্ষেপ গ্ৰহণ নকৰিলে তাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে।

অঞ্জুমান ভৰদ্বাজ

অঞ্জুমান ভৰদ্বাজ

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd