পোপ ট্ৰাম্প! পোপৰ সাজ-পোছাক পিন্ধা এআই-নিৰ্মিত ফটো পোষ্ট কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ট্ৰুথ ছ’চিয়েল প্লেটফৰ্মত পোপৰ সাজ-পোছাক পিন্ধা এআই-জেনেৰেটেড ছবি শ্বেয়াৰ কৰি বিতৰ্কৰ সৃষ্টি কৰিছে। ২ মে’ত...














