• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সম্পত্তিৰ বাবে মাতৃক নিৰ্মমভাৱে প্ৰহাৰ! ৰক্তপান কৰাৰ ভাবুকি নিজ কন্যাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2025 4:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্পত্তিৰ স্বাৰ্থত মাতৃক নৃশংসভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী কন্যাৰ বিৰুদ্ধে। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ঘটনাৰ এটা ভিডিঅ’ ফুটেজ। ভিডিঅ’টোত অভিযুক্ত কিশোৰীগৰাকীয়ে মাতৃক কামোৰা আৰু চুলি টানি প্ৰহাৰ কৰা দেখা গৈছে।

আনকি তেওঁক ‘মাকৰ তেজ খাব’ বুলি ভাবুকি দিয়াও দেখা যায়। এই ঘটনাৰ অভিযুক্ত ছোৱালীজনীৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল হাৰিয়ানাত।

Apply Now

"This Is Fun, I Will Drink Your Blood": Woman Bites, Beats Mother In Haryanahttps://t.co/GgFhYIp5QJ pic.twitter.com/6YrlaofQ4b

— NDTV (@ndtv) March 1, 2025

সংবাদ মাধ্যমে জনোৱা মতে, ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এক হৃদয় বিদাৰক ভিডিঅ’, য’ত হাৰিয়ানাৰ হিছাৰৰ এগৰাকী ছোৱালীয়ে মাতৃক কামোৰা দেখা গৈছে। আনকি নিৰ্যাতনৰ সময়তো তেওঁ “তেজ খোৱাৰ” ভাবুকি দিয়াৰ লগতে চুলি টানি চৰ মাৰি থকা দেখা যায়।

ইফালে ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত অভিযুক্ত কিশোৰীগৰাকীৰ ভাতৃয়ে আৰক্ষীক এজাহাৰ দাখিল কৰে। তাতে তেওঁ কয় যে তেওঁৰ ভনীয়েকে তেওঁলোকৰ মাকক কাৰাগাৰত ভৰাই থৈছে আৰু তেওঁৰ (মাক) সম্পত্তি তেওঁৰ (কন্যাৰ) নামলৈ হস্তান্তৰ কৰিবলৈ মানসিক আৰু শাৰীৰিকভাৱে হাৰাশাস্তি কৰি আছে। পাছত আৰক্ষীয়ে যুৱতীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি হাৰিয়ানাৰ হিছাৰ জিলাৰ আজাদনগৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। নাম নিৰ্মলা দেৱী। অভিযোগ উত্থাপন হৈছে যে তেওঁৰ কন্যা ৰীতাই নিজৰ নামত মাকৰ সম্পত্তি পঞ্জীয়ন কৰিব বিচাৰিছে। যেতিয়া মাকে মান্তি হ’বলৈ অস্বীকাৰ কৰিলে, তেতিয়া মাকক অত্যাচাৰ কৰা হ’ল।

যুৱতীগৰাকীৰ ভাতৃয়ে আৰক্ষীক জনোৱা মতে, তেওঁৰ ভগ্নীয়ে দিনক দিনে তেওঁলোকৰ মাতৃক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাই আছে। ঘৰৰ পৰাও খেদি পঠিওৱা হৈছিল। এই ঘটনাত ভগ্নীৰ শাস্তি আৰু মাতৃৰ সুৰক্ষা বিচাৰি আৰক্ষীৰ কাষ চাপিছিল যুৱকজন।

এই ভাইৰেল ভিডিঅ’টোত পুৰুষৰ কণ্ঠও শুনা গৈছে। অৱশ্যে তাত কোনো তৃতীয় ব্যক্তি দেখা পোৱা নগ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd