ডিব্ৰুগড়ত অনুষ্ঠিত হ’ল আৰ এছ এছৰ হিন্দু শক্তি সংগম
ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ (আৰ এছ এছ) শতাধিক কৰ্মীয়ে দেওবাৰে ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত আৰ এছ এছৰ এক হিন্দু শক্তি সংগম...
ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ (আৰ এছ এছ) শতাধিক কৰ্মীয়ে দেওবাৰে ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত আৰ এছ এছৰ এক হিন্দু শক্তি সংগম...
দাক্ষিণাত্যৰ শক্তিশালী চিনেমা উদ্যোগত হিৰ’ইনৰূপে ভুমুকি মাৰিছে অসমৰ ডিব্ৰুগড়ৰ ছোৱালী ফাৰিয়া হুছেইনে। এই ব’হাগতে মুক্তি পাব লগা মালায়ালম ছবি পাথিমুনু...
১৪ ফেব্ৰুৱাৰিত জম্মু-কাশ্মীৰৰ পুলৱামাত পাকিস্তানৰ সন্ত্ৰাসবাদী জইছ-ই-মহম্মদৰ আত্মঘাতী বোমা বিস্ফোৰণত মৃত্যুক সাবটি লোৱা বীৰ জোৱানসকলক সুঁৱৰি অসম তথা দেশৰ বিভিন্ন...
পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদত শনিবাৰে স্বতঃস্ফুৰ্তভাৱে নিজৰ নিজৰ প্ৰতিষ্ঠান বন্ধ ৰাখে ডিব্ৰুগড়ৰ ব্যৱসায়ী সমাজে। সকলো ব্যৱসায়ীয়ে প্ৰতিষ্ঠান বন্ধ ৰখাৰ...
আজি ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন নোহোৱাত উত্তৰ-পূবৰ বিধেয়ক বিৰোধী প্ৰতিবাদকাৰীসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। বিজেপিয়ে বিধেয়কখন উত্থাপন কৰিবলৈ ব্যৰ্থ...
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যবাসীৰ হাজাৰ আৰ্তানাদেও লৰাব নোৱৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আজি নিজৰ গাৰ তেজেৰে লিখি আহ্বান জনালে...
ডিব্ৰুগড় চহৰৰ বি চি ৰ’ডৰ শান্তিপাৰাত শুকুৰবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা অজ্ঞাত কিন্তু “সন্দেহজনক” সামগ্ৰী। সামগ্ৰীটো কি এতিয়ালৈকে চিনিব পৰা...
তিনিচুকীয়াত ৯ম ৰাজপুতনা ৰাইফলছে এটা চিকিৎসা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰে। ডাও ডিভিজনৰ পৃষ্ঠপোষকতাত এই চিকিৎসা শিৱিৰটোৰ আয়োজন কৰা হৈছে।...
বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়ালৈ অকাডেমিৰ সৰ্বোচ্চ সন্মান ‘সাহিত্য অকাডেমি ফেল’’ আগবঢ়োৱা হৈছে। সাহিত্য...
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে অসমবাসীক বিপথে পৰিচালিত কৰাৰ লগতে ৰাজ্যবাসীৰ মাজত মতভেদ সৃষ্টি...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd