• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুলৱামাৰ চহিদ বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি চি আৰ পি এফৰ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
February 21, 2019 7:08 am
IMG-20190220-WA0008

ফটো : নৰ্থ-ইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৪ ফেব্ৰুৱাৰিত জম্মু-কাশ্মীৰৰ পুলৱামাত পাকিস্তানৰ সন্ত্ৰাসবাদী জইছ-ই-মহম্মদৰ আত্মঘাতী বোমা বিস্ফোৰণত মৃত্যুক সাবটি লোৱা বীৰ জোৱানসকলক সুঁৱৰি অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো বুধবাৰে চি আৰ পি এফৰ লগতে সাধাৰণ জনতাই চহিদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ডিব্ৰুগড় পুলিচ ৰিজাৰ্ভত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰথমে বীৰ চহিদ জোৱানসকলৰ আত্মাৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থনা কৰা হয়। অনুষ্ঠানত চি আৰ পি এফৰ ডি আই জি(অপাৰেশ্যন) ভি এছ শৰ্মা, ১৭১ নং চি আৰ পি এফ বেটেলিয়নৰ কামাণ্ডেণ্ট প্ৰদ্যুম্ন কুমাৰ সিং, ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক চুবাসিনি শংকৰণৰ লগতে আন বহু লোক উপস্থিত থাকে।

Apply Now

উল্লেখ্য যে ১৪ ফেব্ৰুৱাৰিত জম্মু আৰু কাশ্মীৰৰ পুলৱামাত সংঘটিত ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণত অসমৰ জোৱান মনেশ্বৰ বসুমতাৰী চহিদ হৈছিল। বসুমতাৰীৰ ঘৰ বাক্সা জিলাৰ তামুলপুৰত আৰু তেওঁ চি আৰ পি এফৰ ৯৮ বেটেলিয়নৰ এজন হেড কনিষ্টবল আছিল।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লৰেন্স বিষ্ণইৰ প্ৰতিদ্বন্দ্বী, আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউ

লৰেন্স বিষ্ণইৰ প্ৰতিদ্বন্দ্বী, আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউ

October 24, 2026 8:39 am
সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

October 24, 2026 7:47 am
জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

October 23, 2026 9:00 pm
সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

October 23, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লৰেন্স বিষ্ণইৰ প্ৰতিদ্বন্দ্বী, আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউ

লৰেন্স বিষ্ণইৰ প্ৰতিদ্বন্দ্বী, আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউ

October 24, 2026 8:39 am
সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

October 24, 2026 7:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd