DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যসভাত বিধেয়ক উত্থাপন নোহোৱাত উৎফুল্লিত ডিব্ৰুগড়ৰ বিভিন্ন দল-সংগঠন

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
February 13, 2019 8:42 pm
Ghatowar and his wife Jibon Tara Ghatowar celebrated with sweets

ফটো : নৰ্থ-ইষ্ট নাও

531
VIEWS
Share on FacebookShare on Twitter

আজি ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন নোহোৱাত উত্তৰ-পূবৰ বিধেয়ক বিৰোধী প্ৰতিবাদকাৰীসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। বিজেপিয়ে বিধেয়কখন উত্থাপন কৰিবলৈ ব্যৰ্থ হোৱাৰ লগে লগে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ডিব্ৰুগড়তো বিভিন্ন জাতীয় দল-সংগঠনে পালন কৰে বিজয় উৎসৱ।

‘এই বিজয় অসমবাসীৰ বিজয়, ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰিবলৈ বিফল হ’ল বিজেপি। এই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সকলোকে ধন্যবাদ জনাইছো। বিধেয়কখনৰ জৰিয়তে বিজেপিয়ে অসমৰ ৰাইজৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰিছিল’। এইৰে কয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এগৰাকী সদস্যই।

ইফালে বিধেয়কখন ৰাজ্যসভাত উত্থাপন নোহোৱা কাৰ্যত আনন্দিত হৈ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সদস্যসকলে ৰাজপথলৈ ওলাই আহি বিহু গীত গাই, নাচি, ফটকা ফুটাই আনন্দ উৎসৱ পালন কৰে।

ইয়াৰ উপৰি ৰাজ্যসভাত বিজেপিয়ে এই বিধেয়কখন উত্থাপন কৰিব নোৱাৰা কাৰ্যত উৎফুল্লিত হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আৰু তেওঁৰ পত্নী জীৱন তাৰা ঘাটোৱাৰে নিজ বাসগৃহতে বিজয় উৎসৱ পালন কৰে।

‘এই বিধেয়কখনৰ বিৰোধিতা কৰাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছো। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে বলপূৰ্বকভাৱে এই বিধেয়কখন গৃহীত কৰিবলৈ ওলাইছিল কিন্তু বিৰোধীৰ সবল স্থিতি তথা প্ৰতিবাদৰ বাবেই আজি তেওঁলোকে বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰিলে’। ঘাটোৱাৰে এইদৰে কয়।

Recent News

M S Dhoni: স্বাধীনতা দিৱসৰ পূৰ্বে ধোনীৰ বিশেষ বাৰ্তা; ত্ৰিৰংগাৰে উজলাই তুলিলে নিজৰ ইনষ্টাগ্ৰাম!

M S Dhoni: স্বাধীনতা দিৱসৰ পূৰ্বে ধোনীৰ বিশেষ বাৰ্তা; ত্ৰিৰংগাৰে উজলাই তুলিলে নিজৰ ইনষ্টাগ্ৰাম!

গৃহমন্ত্ৰীৰ বঁটা: কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে

গৃহমন্ত্ৰীৰ বঁটা: কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে

National Flag: স্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি  লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য

National Flag: স্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd